বুঢ়া হ'লে কিয় সিংহয়ে আত্মাহত্যা কৰে।যি সিংহক জংঘলৰ ৰজা বুলি কোৱা হয়।যালে সকলো জংঘলৰ জীৱ-জন্তুৱে ভয় কৰি থাকে। সেই সিংহয়ে কিয় বুঢ়া হ'লে আত্মাহত্যা কৰে।(Assamese Fact )
সিংহ ভয়াতোৰ নেকি নে ইয়াৰ বেলেগ কাৰণ আছে।সিংহক যেতিয়া এটা গ্ৰুপৰ পৰা উলিয়াই দিয়া হয় তাৰ পাছত গ্ৰুপটোৱে মুখীয়া কোন হয় আৰু কেনেকৈ হয়।যেনেকে মানুহ এটা নিয়ম নীতিৰে মাজেৰে চলে তেনেকে জংঘলৰ জীৱ-জন্তু ও চলে আৰু তেওঁলোকৰো এটা পৰম্পৰা থাকে।আমি সকলোৱে জানো যে সিংহক জংঘলৰ ৰজা বুলি কোৱা হয়।জংঘলৰ ৰজাৰ জীৱনৰ অন্তিম সময়ত বহুত বেয়া পৰিস্থিতিলৈ আহি পৰে।
তাৰ পিছত তাৰ ওচৰত মৰা বাহিৰে বেলেগ ৰাস্তা নাথাকে। সিংহ গ্ৰুপত থাকে বুলি কোৱা হয়। গ্ৰুপটোত ১৫-২০ টা সদস্য থাকিব পাৰে। সিংহৰ গ্ৰুপটোত চিকাৰ কৰা দায়িত্ব মাইকী সিংহয় লয়। সিংহৰ পোৱালি জন্ম হোৱা দুসপ্তাহৰ পিছতহে চকু মেলে। এনেকুৱা সময়ত গ্ৰুপৰ বেলেগ সদস্যয়ে মাইকী সিংহজনীৰ দায়িত্ব লয়।চাৰি সপ্তাহৰ পিছতহে পোৱালীবোৰ খোজ কাঢ়িবলৈ লয়।তিনি মাহ হোৱাৰ পিছত পোৱালীবোৰেও চিকাৰ কৰিবলৈ শিকে।
তাৰ পিছত গ্ৰুপটোৰ পৰা মতা সিংহটোক উলিয়াই দিয়া হয়। উলিয়াই দিয়াৰ পাছত সি কেনেকে চিকাৰ কৰে ।সিংহটোৱে ইয়াৰো সমাধান উলিয়াই লয়। যিবোৰক গ্ৰুপটোৰ পৰা উলিয়াই দিয়া হয় সিহঁতি মিলি আকৌ এটা গ্ৰুপ বনাই আৰু চিকাৰ কৰে। সিহঁতি মিলি অন্য গ্ৰুপৰ মুখীয়াৰ ওপৰত আক্ৰমণ কৰে আৰু গ্ৰুপটোৰ পৰা উলিয়াই দিয়ে।
তাৰ পাছত গ্ৰুপটোৰ পৰা উলিয়াই দিয়া বুঢ়া সিংহটোৱে নিজেইটো চিকাৰ কৰিব নোৱাৰে সেইকাৰণে ক'ৰবাত নিজেই মৰি থকা জন্তু পালে খাই। কিন্তু সদায়টো নাপায়। এনেকুৱাত সি বহুত বেয়া পৰিস্থিতিত পৰি যায় আৰু তাক দেখিয়ে লাগে সি যেন আত্মহত্যা কৰিছে। এনেকুৱা অদ্ভূত অদ্ভূত পৰম্পৰা সকলো জীৱ-জন্তু মাজতে দেখা যায়।(Assamese Fact)
আমি সকলোৱে হাঁহ দেখিছোঁ ।ইহঁতি দেখিবলৈও ধুনীয়া। কোৱা হয় যে হাঁহে গোটেই জীৱন একেটা জীৱন সংগীৰ লগতেই থাকে। সেই কাৰণে হাঁহৰ জোৰাক প্ৰেমৰ চিন বুলিও বহুতে কয়। কোৱা হয় যে লগৰ হাঁহটোৰ মৃত্যু হ'লে ইটো হাঁহেও আত্মহত্যা কৰে।
ঠিক সেইদৰে জংঘলৰ পাণ্ডা নামৰ ভালুকৰ মাজতো কিছুমান অদ্ভূত পৰম্পৰা দেখা পোৱা যায়। মাইকীজনীয়ে এটা পোৱালি জন্ম দিয়ে। কিন্তু কেতিয়াবা দুটাও দিয়ে। কিন্তু কেতিয়াও দুটা পোৱালিৰ পুহ-পাল নকৰে। এটাক মৰিবলৈ এৰি দিয়ে।
পেঙ্গুইনৰ মাজতো কিছুমান অদ্ভূত পৰম্পৰা দেখা যায়। ইহঁতি ওপৰত উৰি নোৱাৰে। কিন্তু ইহঁতি বহুত ভালকৈ সাঁতুৰিব জানে। এওঁলোকৰ হিচাপ পক্ষীৰ লগতে কৰা হয়।পেঙ্গুইনে কণী পাৰিলে সেই কণীবোৰ পৰা পোৱালি জন্ম নোহোৱালৈকে কণীটো ভৰি দুটাৰ ওপৰত থৈ দিয়ে আৰু ক'তো নাযায়। তাইৰ খোৱা বোৱাৰ ব্যৱস্থা মতা পেঙ্গুইনটোৱে কৰে।
জীৱ-জন্তুটোৰ মাজতো সামাজিক ব্যৱস্থা দেখা যায়। আপোনালোকে ঘৰচিৰিকা দেখিছে চাগে। কিন্তু মোৱাইল টাৱাৰ বেছি হোৱাৰ ফলত এইবোৰৰ সংখ্যা কমি গ'ল আৰু দেখিবলৈ নোপোৱা হ'ল। ইহঁতি কণী পাৰিবলে বহুত ধুনীয়া বাহ বনাই। যদি মানুহৰ হাত ভুলতে সিহঁতৰ কোনোবা কণীত লাগি যায় তেতিয়া সেই কণীটো সিহঁতি তললৈ পেলাই দিয়ে।যাতে আন কণীকেইটা বেয়া নহয়।
আমি ভাবো জীৱ-জন্তুটো ইনেও জীৱ-জন্তুটোৱে হয়। কিন্তু এইবোৰ কথা জনা পাছত আমিও জানিব লাগে যে জীৱ-জন্তুটোৰ মাজতো এটা পৰম্পৰা থাকে। ইহঁতিও নিজৰ নীতি নিয়ম পালন কৰে আৰু ইহঁতৰো জীয়াই থকাৰ অধিকাৰ আছে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
(Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত
No comments:
Post a Comment