জীৱনত এটা সিদ্ধান্ত লৈ লওঁক। যিয়ে আপোনাক এৰি দিয়ে আপুনি তাক পাহৰি যাওঁক। লাগিলে গোটেই জীৱন অকলেই থাকিব। ( Assamese Fact )
কিন্তু জোৰ কৰি কাৰো লগত সম্পৰ্ক স্থাপন নকৰিব।৫ টা অভ্যাস মানুহে এৰি দিব লাগে।
১.সকলোকে সুখত থোৱা।
২.আনৰ পৰা বেছি আশা কৰা।
৩.জীৱনতো অতীতত জীয়াই থকা।
৪.নিজকে আনতকৈ কম বুলি ভবা।
৫.বেছিকে চিন্তা কৰি থকা।
এটা কথা মনত ৰাখিব কাৰোবাৰ ওচৰত কান্দিলে বা তাৰ ভৰিত পৰিলে নাইটো সন্মান পাব আৰু নাইটো মৰম। সেই কাৰণে নিজৰ আত্মসন্মান বজায় ৰাখক কিবা যদি পাব লগা আছে আপুনি ইনেও পাব।
জীৱনত আগবাঢ়ি যাব বিচাৰে যদি কাণে নুশুনা দৰে হৈ পৰক। কাৰণ কিছুমান মানুহৰ কথায়ে আপোনাৰ মনোবলহে ভাঙিব। কেতিয়াও হাৰ নমনা অভ্যাসে এদিন গৈ আপোনাক জিকিবলৈ মনোবল দিয়ে।
সৰু সৰু ভুলৰ পৰা বাচিবলৈ চেষ্টা কৰক। কাৰণ মানুহে পাহাৰত নহয় পাথৰতহে খুন্দা খাই।নিজৰ ভুলটো মানি নোলোৱালৈকে আপুনি কেতিয়াও ভাল মানুহ হ'ব নোৱাৰে। জীৱনৰ কঠিন দৌৰ তেতিয়া আৰম্ভ হয় যেতিয়া আপুনি নিজকে বিচাৰিবলৈ লয়।
অহংকাৰী মানুহে নাইটো নিজৰ দোষ দেখে নাইটো আনৰ ভাল দেখে। কেতিয়াও কাকো নিজৰ অভ্যাস হিচাপে গঢ় নিদিব।যেতিয়া সেই মানুহজন সলনি হয় তেতিয়া সেই ব্যক্তিজনতকৈ বেছি নিজৰ ওপৰত খং উঠে।
আজিকালি কিছুমান মানুহ বিক্ৰী হয় যদি আপোনাৰ তাত পইচা আছে। এই পৃথিৱীত কোনো কাৰো নহয়। যিমান চেষ্টা কৰি সম্পৰ্ক ভাল কৰিবলৈ চালেও কোনো কাৰো নহয়।যি আনন্দ সলনি হোৱাত। সেই আনন্দ শত্ৰুতা কৰাত নহয়। ( Assamese Fact )
হাজাৰ মিছা সম্পৰ্কতকৈ ভাল আপুনি অকলশৰীয়াকৈ থকাতোঁ।মনত ৰাখিব অপমানৰ প্ৰতিশোধ কাজিয়া লাগি নহয়। সন্মুখৰ জনতকৈ বেছি সফল হৈ লোৱা হয়। জীৱনত সফল হ'ব বিচাৰে যদি এই ৫টা কথা পাহৰি যাওঁক।
১. মই নোৱাৰিম।
২.মানুহে কি ক'ব।
৩.মোৰ মন নাই।
৪.মোৰ কপাল বেয়া।
৫. মোৰ ওচৰত সময় নাই।
আপোনাৰ সফলতা লাগিলে সৰুৱে হওঁক । কিন্তু নিজৰ বলত হ'ব লাগে। মানুহৰ আচল সুন্দৰতা তেওঁৰ চৰিত্ৰ আৰু কথাত থাকে। কেতিয়াবা কেতিয়াবা আত্মসন্মান কাৰণে কিছুমান সম্পৰ্ক ভাঙি আগবাঢ়ি যোৱাৰো প্ৰয়োজন হয়।
যিয়ে আপোনাৰ সংঘৰ্ষ দেখিছে,সি আপোনাৰ সংঘৰ্ষৰ মূল্য ও বুজি পাব। আনৰ কাৰণেটো আপোনাৰ কপালহে ভাল।এটা প্ৰতিশ্ৰুতি নিজকে দিয়ক যে যি কামে আপোনালোকৰ মা-দেউতাক কন্দোৱাই সেই কাম আপোনালোকে কেতিয়াও নকৰে। যিয়ে ভগৱান আছে নে নাই সন্দেহ কৰে সি নিজৰ মাক-দেউতাকক চালেই হ'ল।
ধাৰ আৰু প্ৰেম বা মৰম তেওঁকহে দিয়ক ,যিয়ে আপোনাক ঘূৰাই দিব পাৰে।প্ৰেম অকল নিজৰ কাম আৰু ভগৱানক কৰক । কাৰণ এই দুয়োটায়ে কেতিয়াও বিশ্বাসঘাটকতা নকৰে।
সময়ক বুজাটো বুদ্ধিমত্তা আৰু সময়ত বুজাটো কৰ্তব্য বা দায়িত্ব। মিছা কথাত বিশ্বাস কৰা সহজ সৰল মানুহ সদায় বৰবাদ হৈ যায়। সদায় নিজক বেছি মহত্ব দিব।
কাৰণ আনক দিলে আত্মসন্মান হেৰুৱায় পেলাব। পৰিস্থিতিয়ে মানুহক এনেকুৱা কৰি তোলে,যিটো তেওঁ আগতেই নাছিলেই।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত
No comments:
Post a Comment