বৈদিক দেৱী মা সৰস্বতীক সকলোৱে আৰাধনা কৰিব লাগে ।মা সৰস্বতী ঋগ্বেদৰ দেৱী অৰ্থাৎ বৈদিক যুগৰ দেৱী। ( Religious Studies )
সৃষ্টিৰ আদিতে ভগৱান ব্ৰহ্মাৰ অনুৰোধত মা সৰস্বতীয়ে জীৱ জগতক ধ্বনি দি মনৰ ভাব প্ৰকাশ কৰিবলৈ শিকালে , সেয়ে মা সৰস্বতীক বাগ্ দেৱী বুলি কোৱা হয়। সুন্দৰ কৈ কথা কব পৰাটো এক কলা , বাগ্ দেৱীক আৰাধনা কৰিলে সুন্দৰকৈ কথা কব পৰা হয়।
মা সৰস্বতী কেৱল ছাত্ৰ ছাত্ৰী আৰু অধিবক্তা সকলৰ আৰাধ্য দেৱী নহয়। কৰ্ম জীৱনত আগবাঢ়ি যাবৰ বাবে জ্ঞান, বুদ্ধি আৰু বাক্ পটুতাৰ বিশেষ আৱশ্যক হয়। গুৰু বৃহস্পতিয়ে লিখা শক্তিশালী শ্ৰী সৰস্বতী স্তোতটো প্ৰতিদিনে পাঠ কৰিলে জ্ঞান, বুদ্ধি বৃদ্ধি হয় আৰু সুন্দৰকৈ যুক্তিৰে কথা কব পৰা হয় ।( Religious Studies )
শ্ৰীসৰস্ৱতীস্তোত্ৰং
বৃহস্পতিৱিৰচিতম্
সৰস্ৱতি নমস্যামি চেতনাং হৃদি সংস্থিতাম্ । কণ্ঠস্থাং পদ্ময়োনিং ত্ৱাং হ্ৰীঙ্কাৰাং সুপ্ৰিয়াং সদা ॥ ১॥
মতিদাং ৱৰদাং চৈৱ সৰ্ৱকামফলপ্ৰদাম্ ।
কেশৱস্য প্ৰিয়াং দেৱীং ৱীণাহস্তাং ৱৰপ্ৰদাম্ ॥ ২॥
মন্ত্ৰপ্ৰিয়াং সদা হৃদ্যাং কুমতিধ্ৱংসকাৰিণীম্ । স্ৱপ্ৰকাশাং নিৰালম্বামজ্ঞানতিমিৰাপহাম্ ॥ ৩॥
মোক্ষপ্ৰিয়াং শুভাং নিত্যাং সুভগাং শোভনপ্ৰিয়াম্ । পদ্মোপৱিষ্টাং কুণ্ডলিনীং শুক্লৱস্ত্ৰাং মনোহৰাম্ ॥৪॥
আদিত্যমণ্ডলে লীনাং প্ৰণমামি জনপ্ৰিয়াম্ । জ্ঞানাকাৰাং জগদ্দ্ৱীপাং ভক্তৱিঘ্নৱিনাশিনীম্ ॥ ৫॥
ইতি সত্যং স্তুতা দেৱী ৱাগীশেন মহাত্মনা।
আত্মানং দৰ্শয়ামাস শৰদিন্দুসমপ্ৰভাম্ ॥ ৬॥
শ্ৰীসৰস্ৱত্যুৱাচ ৱৰং ৱৃণীষ্ৱ ভদ্ৰং ত্ৱং যত্তে মনসি ৱৰ্ততে ।
বৃহস্পতিৰুৱাচ প্ৰসন্না যদি মে দেৱি পৰং জ্ঞানং প্ৰয়চ্ছ মে ॥ ৭॥
শ্ৰীসৰস্ৱত্যুৱাচ দত্তং তী নিৰ্মলং জ্ঞানং কুমতিধ্ৱংসকাৰকম্ ।
স্তোত্ৰেণানেন মাং ভক্ত্যা যে স্তুৱন্তি সদা নৰাঃ ॥ ৮॥
লভন্তে পৰমং জ্ঞানং মম তুল্যপৰাক্ৰমাঃ। কৱিত্ৱং মৎপ্ৰসাদেন প্ৰাপ্নুৱন্তি মনোগতম্ ॥ ৯॥
ত্ৰিসন্ধ্যং প্ৰয়তো ভূত্ৱা যস্ত্ৱিমং পঠতে নৰঃ ।
তস্য কণ্ঠে সদা ৱাসং কৰিষ্যামি ন সংশয়ঃ ॥ ১০॥
॥ ইতি শ্ৰীৰুদ্ৰয়ামলে শ্ৰীবৃহস্পতিৱিৰচিতং সৰস্ৱতীস্তোত্ৰম্ সম্পূৰ্ণম্ ॥
জুলা শৰ্মা
নতুন দিল্লী
এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প আদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment