পুৰুষৰ প্ৰজননৰ কাৰণে ই ৰামবানৰ দৰে কাম কৰে : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, December 26, 2021

পুৰুষৰ প্ৰজননৰ কাৰণে ই ৰামবানৰ দৰে কাম কৰে : Assamese Health Tips

Assamese Health Tips

 ফটোখন চাই চিনিব পাৰিছে চাগে । ইয়াক বান্দৰ কেঁকোৱা বুলি  কয়।  ইংৰাজীত velvet bean বুলি কয় । শুং বোৰ গাত সোমালে খুব খজুৱতি হয় । আনকি বান্দৰেও কান্দিব লগা হয় । ( Assamese Health Tips )


প্ৰকৃতিয়ে নিজৰ সম্পদবোৰ  সদায় safe ৰাখিব বিচাৰে । যিদৰে সোন , ৰূপ , হীৰা আদি মানুহৰ হাতৰ পৰা দূৰৈত ৰাখে , ঠিক সেইদৰে এই ঔষধবিধো প্ৰকৃতিয়ে এনেদৰে ৰাখিছে যে সাধাৰণতে হাত লগাব ভয় কৰে মানুহে । 


সম্পদ বুলি এইবাবেই কৈছোঁ যে ইয়াৰ ঔষধিয় গুণ গম পালে মানুহে ইয়াক একেবাৰেই চাফা কৰি দিব।  


বান্দৰ কেঁকোৱাৰ ভিতৰত থকা গুটি পুৰুষৰ প্ৰজননৰ কাৰণে ৰামবানৰ দৰে কাম কৰে । 


আজিকালি প্ৰায়বোৰ পুৰুষৰ 30 বছৰ হলেই ডায়েবেটিচ , প্ৰেচাৰ আদি হৈ পুৰুস্তত্ব হেৰুৱাই পেলায়।  

অকলাতে বহুতো নুপুংসক হয়।   সন্তান জন্ম দিব পৰা শক্তি নোহোৱা হৈ যায় । ফলত সংসাৰত ব্যঘাত আহে । বিভিন্ন ধৰণৰ  পশ্চিমীয়া ঔষধ সেৱন কৰি কৰি  একেবাৰেই  ভাগৰি পৰে  । ( Assamese Health Tips )


সেই  সময়ত এই ঔষধ বিধ কামত আহে ।   ইয়াৰ বীজ শুকাই লৈ গুড়ি কৰি আধা চামুচ গুড়ি নিয়মিত ৰাতিপুৱা  মৌৰ লগত মিহলাই খালে  একদম 60 বছৰলৈকে কোনো সমস্যা নাহে । 


একদম নুপুংসক হৈ গলেও এবছৰ সেৱন কৰিলে আকৌ পুৰুস্তত্ব ঘূৰি আহে । 


ইয়াৰ উপৰিও যিসকল যুৱকৰ ডাঢ়ি গোঁফ আদি অহা নাই , তেওঁলোকে 3-4 মাহ খালে সুফল পাব । 


Gynecomastia  ৰ বাবে এইবিধ ঔষধ অতি ফলপ্ৰসূ ।


আচলতে ই পুৰুষৰ শৰীৰত  testosterone  hormone বঢ়াই এজন পুৰুষক পুৰুষ কৰি তোলে । 


মধ্যপ্ৰদেশ , ৰাজস্থান আদি ঠাইত এই ঔষধবিধৰ খেতি কৰি আছে বহুতো কৃষকে । অসমত ই নিজে নিজে হৈ অজস্ৰ পৰি আছে ।


ধন্যবাদ

Assamese Health Tips

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।  ( Assamese Health Tips )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages