আপুনিও ভাগ্যশালী নাৰী হয় নেকি জানি লওঁক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, December 26, 2021

আপুনিও ভাগ্যশালী নাৰী হয় নেকি জানি লওঁক : Assamese Fact

Assamese Fact


এই লেখাত জানিবলৈ পাব এনেকুৱা ভৰিৰ ছোৱালীৰ বিষয়ে যিয়ে নিজৰ স্বামীক বহুত সুখ দিয়ে । জানি লওঁক শৰীৰৰ এই ১৫ টা অংগৰ বিষয়ে । ( Assamese Fact )


বন্ধুসকল ঘৰত যেতিয়া ছোৱালী জন্ম হয় তেতিয়া সকলোৱে প্ৰথম শব্দ এইটোৱেই কয় যে শুভ কামনা তোমাৰ ঘৰত লক্ষ্মী আহিছে । কয় যে স্ত্ৰীয়ে নিজৰ ভাগ্য নিজেই লৈ জন্ম হৈছে । কেৱল ঘৰত নহয় যেতিয়াই শহুৰৰ ঘৰলৈ যায় তেতিয়াও  আৰু প্ৰথম কোটটোক লক্ষ্মীৰ আগমনৰ লগত জড়িত কৰে । 

দেখা যায় ছোৱালী নিজৰ ঘৰ আৰু শহুৰৰ ঘৰৰ বাবে যথেষ্ট সৌভাগ্যশালী হয় ‌। কিন্তু সামুদ্ৰিক শাস্ত্ৰত সৌভাগ্যশালী মহিলাৰ শৰীৰৰ কিছুমান বিশেষত্বৰ বিষয়ে বৰ্ণনা কৰিছে । এই শাস্ত্ৰক বিস্তাৰকৈ এই বিষয়ে কোৱা হৈছে ।

১) চকু

মেকুৰী চকুৰ দৰে  চকু থকা স্ত্ৰীৰ জীৱনত প্ৰেম আৰু সুখ সদায় তৰে । ইয়াৰ ওপৰিও  মহিলাৰ চকুৰ বগা ভাগৰ অন্তত ৰঙা ৰং থাকিলে তেনে স্ত্ৰী পৰিয়ালৰ বাবে যথেষ্ট শুভ ।

২) কপালত তিল

যদি মহিলাৰ কপালৰ মাজত তিল থাকে তেতিয়া বহুত ধনী আৰু সৌভাগ্যশালী হয় ।

৩) বাওঁফালৰ গালত তিল

যি মহিলাৰ বাওঁফালৰ গালত তিল থাকে তেনে মহিলাৰ খাদ্য সেৱন কৰাত যথেষ্ট ৰুচি থাকে । লগতে এজনী বহুত ভাল ৰান্ধনিও হয় যিয়ে নিজৰ খাদ্য ৰন্ধন কৌশলৰ জৰিয়তে পৰিয়ালৰ সকলোৰে অন্তৰত ৰাজত্ব কৰে । ( Assamese Fact )


৪) নাকৰ ওচৰত মাহ 

মহিলাৰ নাকৰ ওচৰত তিল বা মাহ থকাটোৱে ভাগ্যৰ তেওঁৰ ওপৰত কৃপা থকাটো সূচায় । এনেধৰণৰ মহিলা ভাগ্যৰ পৰা ধনৱান হয় । 

৫) শৰীৰত তিল

যি মহিলাৰ শৰীৰৰ বাওঁফালে অধিক তিল থাকে তেনে মহিলা নিজৰ পৰিয়ালৰ বাবে যথেষ্ট শুভ হয় । 

৬) গভীৰ নাভি 

এনেকুৱা মহিলা যাৰ নাভি গভীৰ হয় কিন্তু ভিতৰৰ ফালৰ পৰা উঠা নহয় তেনেকুৱা মহিলাই নিজৰ জীৱনত কেৱল সুখহে ভোগ কৰে । 

৭) নাভিৰ ওচৰত তিল 

সামুদ্ৰিত শাস্ত্ৰৰ অনুসৰি নাভিৰ ওচৰে পাজৰে বা তলত মাহ বা তিল থাকে  তেতিয়া তেওঁ বহুত শুভ হয় বা তেওঁৰ সুখী আৰু সম্পন্ন জীৱনৰ সংকেত হয় ।

৮) ভৰি 

ভৰি যি বহুত কোমল , গুলপীয়া  আৰু সম্পূৰ্ণৰূপে বিকশিত হয় তেনে মহিলাই নিজৰ প্ৰেমী বা পতিক যথেষ্ট সুখ দিয়ে । এনেকুৱা মহিলাৰ শাৰীৰিক সম্পৰ্কক লৈ যথেষ্ট ৰুচী থাকে । 

৯) গেৰোহা 

যি মহিলাৰ গোৰোহা গোল আৰু কোমল হয় তেওঁ জীৱনভৰ সুখ সুবিধা ভোগ কৰে । আৰু মহিলাৰ পৰিয়ালো যথেষ্ট সুখী থাকে । 

১০) আঙুলিৰ আকাৰ

যি মহিলাৰ ভৰিৰ আঙুলি গোল , দীঘল আৰু ৰঙা হৈ থাকে তেনে মহিলা যথেষ্ট‌ সৌভাগ্যশালী হয় ।

১১) সৰ্প আকাৰৰ ভৰিৰ তলুৱা

যি মহিলাৰ ভৰিৰ তলুৱা সৰ্প আকাৰৰ হয় তনে মহিলা যথেষ্ট ভাগ্যশালী হয় আৰু জীৱনত অত্যন্ত কম সমস্যাৰহে সন্মুখীন হয় । 

১২) ভৰিৰ আঙুলি 

যি মহিলাৰ গোটেই আঙুলি সমানভাৱে দীঘল থাকে তেনে মহিলাই নিজৰ জীৱনত কেৱল সুখহে ভোগ কৰে । 

১৩) ভৰি আঙুলি লাগ খাই থকা

যি মহিলাৰ আঙুলি ইটোৰ লগত সিটো লাগ খাই থাকে তেনে মহিলা ধনী আৰু অত্যন্ত কেৱল স্বভাৱৰ হয় । এনে মহিলাৰ ৰজাৰ দৰে জীৱন  হয় । 

১৩) ভৰিৰ তলুৱাৰ চিহ্ন

যি মহিলাৰ ভৰিৰ তলুৱাত শংখ , চক্ৰ বা পদুমফুল থাকে তেনে মহিলাৰ ভাগ্যৰ ধনী হয়  ।এনেকুৱা মহিলা পতি অথবা নিজেই এক ডাঙৰ পদবীত থাকে আৰু সকলোকে সুখত ৰাখে ‌।

১৪) ত্ৰিভূজ

সামুদ্ৰিক শাস্ত্ৰ অনুসৰি যি মহিলাৰ ভৰিৰ তলুৱাত শাৰিৰীক থাকে তেনে মহিলা বুদ্ধিমান হয় । এনে মহিলাই বিচাৰ জ্ঞানে যিমান সম্ভৱ সিমান সহায় কৰে আৰু সকলোকে সুখী ৰাখে ‌। 

( Assamese Fact )


এনে ধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত । 

No comments:

Post a Comment

Advertisement

Pages