জানো আহক আজিৰ ৰাশিফল : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, September 21, 2021

জানো আহক আজিৰ ৰাশিফল : Horoscope Today

                  

Horoscope Today

৪ আহিন , মঙ্গলবাৰ,ইং ২১ চেপ্তেম্বৰ, ২০২১।  ( Horoscope Today )

                     
১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত শুভ  কৰ্মলৈ মনোনিবেশ হব, মনৰ আশা পুৰণ হব, যদিও আজি আপুনি সজাগ নহলে আনৰ দ্বাৰা ক্ষতি হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত  মনত শান্তি বাঢ়িব, যদিও কৰ্মক্ষেত্ৰত সামান্য জতিলতা বৃদ্ধি  হোৱাৰ যোগ দেখা যায়। 

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সামান্য প্ৰৰিশ্ৰম বাঢ়িব পাৰে,শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহলে আপোনাৰ প্ৰাপ্য হানি হোৱাৰ যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত আনৰ সহায় সহযোগিতা লাভ কৰিব, বন্ধু লাভ হব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব।  

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণত শুভ হব, যদিও আজি আপুনি কৰ্মক্ষেত্ৰত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ হব, কৰ্মত নতুনকৈ যোগাযোগ হব, লগতে আজি আপোনাৰ প্ৰেম আৰু কৰ্মত শুভ হোৱাৰ যোগ দেখা যায়।Horoscope Today )

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত খেতিয়ক সকলৰ শুভ হব, মনৰ আশা পুৰণ হব, লগতে আজি আপোনাৰ প্ৰেম আৰু কৰ্মত শুভ হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিবাহ প্ৰাৰ্থী সকলৰ শুভ হব, লগতে  আজি আপোনাৰ সুখ বৃদ্ধি  হোৱাৰ যোগা দেখা যায়।

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত কৰ্মত উন্নতি হব, কৰ্মত সফল হব,লগতে প্ৰেম আৰু বিবাহৰ দিশত শুভ হোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ হব,দ্ৰব্য লাভ হব,যদিও আজি আপুনি বিবাদৰ পৰা আতৰি থকাই ভাল হব।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত প্ৰেমত শুভ হব, ভ্ৰমণত শুভ হব,যদিও আজি আপুনি সজাগ নহলে সামান্য মনোমালিন্য  হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শিল্পী সকলৰ মনত আনন্দ বাঢ়িব, শুভ সংবাদ লাভ হব, লগতে আজি আপোনাৰ শত্ৰু নাশ হোৱাৰ যোগ দেখা যায়। 



"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope Today )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages