তাৰ পাছত সি ৰুমলৈ আহিল আৰু মদৰ গিলাচতো খাবলৈ ল'লে !!
কিন্তু পাছফালৰ পৰা মনে মনে যদু আহি তাঁৰ এডাল উলিয়াই লৈ তাৰ ডিঙিটো চেপি ধৰিলে আৰু ৰক্তিমৰ মৃত্যু হ'ল!!( Assamese Storyboard )
বৃস্তিয়ে বিষ মিলাই আন্ধাৰ সুযোগ লৈ তাৰ পৰা পলাল আৰু ৰাস্তাত নিবিৰক লগ পালে!!
কাৰণ নিবিৰহঁতে তাইক বিচাৰি আছিল আৰু তাইক সি লগ পালে !!
তাৰ পাছত তাই তাৰ বাইকত উঠি ঘৰলৈ আহিল!!
আনফালে যদুৱে ৰক্তিমক মাৰি পলাল আৰু মধুৱে তাক সহায় কৰিলে আৰু সিহঁতি তাৰ পৰা পলাল!!
অশোকে সকলো কথা গম পালে যে নেহাই তাক বিশ্বাস ঘাটকতা কৰিলে!!
সি ভাবিছিল যে ৰক্তিমৰ বাবে নেহাই তাক এৰিলে!!
সেই কাৰণে সি খঙত ৰক্তিমক মাৰিবলৈ আহিছিল কিন্তু মাৰিবলৈ নেপালে!!তাক চাকৰ আৰু ৰখীয়াজনে ধৰি পেলালে!!
তাৰ পাছত অশোকক পুলিচে লৈ গ'ল আৰু এনেকৈ পুলিচে বহুত সুধা-পোচা কৰি দহ লাখ আৰু ৰক্তিমৰ হত্যাৰ বিষয়ে সকলো উলিয়ালে!!
তাৰ পাছত কিশোৰ আৰু যদু মধুক এৰেষ্ট কৰি জেলত থ'লে আৰু বৃস্তি আৰু অশোকক ৰক্তিমক হত্যা কৰিব খোজা বাবে শাস্তি দিবলৈ খুজিলত ৰক্তিমৰ দেউতাকে সিহঁতক এৰি দিব ক'লে আৰু পুলিচে সিহঁতক এৰি দিলে!!
এইবোৰ হৈ যোৱা পাছত বিমান নেহা ঘৰলৈ আহিল আৰু ক'লে-"মনোজে তোমাক বহুত ভাল পাই!!
সি তোমাক বিয়া পাতিব!!ব'লা তাক ক্ষমা খুজা !!
মই ক্ষমা খুজিলে মোক ক্ষমা কৰিব জানো???( Assamese Storyboard )
বিমানে ক'লে-"কিয় নকৰিব মই বুজাম তাক!!'
তাই মনোজকহঁতক ক্ষমা খুজিলে আৰু মনোজে ক'লে-"তোমাৰ লগত বহুত ডাঙৰ দূৰ্ঘটনা হ'ল !! সেইবোৰ পাহৰি নতুনকৈ জীৱন আৰম্ভ কৰা!!"
নেহাই ক'লে-"তুমি মোক ভাল পোৱা নে মোক বিয়া পাতিবা নে?"
মনোজে ক'লে-"চোৱা নেহা মই এটা কথা বুজি পালোঁ যে তুমি যাক ভাল পোৱা তাক নহয় তোমাক জোনে ভাল পায় তাক বিয়া পাতিব লাগে!!"
কেইদিনমানৰ পাছত মনোজ আৰু বৃস্তিৰ ধুমধামেৰে বিয়া হ'ল আৰু নিবিৰেও কিৰণৰ লগত বিয়া পাতিলে!!
আনফালে নেহা আৰু অশোকৰ বিয়াও হৈ গ'ল আৰু অশোকৰ মাক-দেউতাকৰ আশা পূৰণ হ'ল আৰু নেহাই বোৱাৰী হৈ অশোকৰ ঘৰৰ শুভা বঢ়ালে!!
সমাপ্ত!!
গল্প নং-৬
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - www.মোহময়ী-হত্যাকাৰী.in
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment