কোন কেইটা নামৰ ছোৱালী অহংকাৰী হয় জানো আহক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, August 9, 2021

কোন কেইটা নামৰ ছোৱালী অহংকাৰী হয় জানো আহক : Assamese Fact

Assamese Fact

অহংকাৰ এনে এটা বস্তু হয় যিয়ে বহু লোকে কৰে। কোনোবাই নিজৰ সৌন্দর্য্যক লৈ অহংকাৰ কৰে, কোনোবাই টকা পইচাক লৈ, আৰু কোনোবাই নিজৰ সফলতাক লৈ অহংকাৰ কৰে( Assamese Fact)। 

কিন্তু এই কথাও সচাঁ যে, এই অহংকাৰ যিকোনো সময়তে শেষ হব পাৰে। সেইবাবে আমি কেতিয়াও অহংকাৰ কৰিব নেলাগে। 

কিছু লোকে অজানিতে অহংকাৰ কৰিবলৈ ধৰে। এই অহংকাৰ আকৌ কিছু লোকৰ জীৱনত অভ্যাসগত হৈ পৰে। সেয়ে নিজে অনুভৱ কৰিব নোঁৱাৰে, তেওঁ কিমান অহংকাৰ কৰিছে। আজি এনে নামৰ আখৰৰ ছোৱালীৰ কথা কবলৈ ওলাইছো যাৰ অহংকাৰ বহুত বেছি বুলি মনা যায়। 


প্ৰথমে A, আখৰে নাম আৰম্ভ হোৱা ছোৱালী। 

A আখৰে নাম আৰম্ভ হোৱা ছোৱালীৰ জীৱনৰ গতি অলপ উচ্ছ হয়।Aনামৰ ছোৱালীবোৰে নিজতকৈ তলৰ লোকক বেছি গুৰুত্ব নিদিয়ে।এওঁলোকৰ পচন্দ বহুত উচ্চ হয়।সেইবাবেA বৰ্ণৰ ছোৱালীৰ স্বভাৱত অহংকাৰ আহি যায়।বহুবাৰ এওঁলোকে নিজে অনুভৱ কৰিব নোঁৱাৰে,এওঁলোকে নিজে কিমান অহংকাৰ কৰি গৈছে।সেইবাবে Aবৰ্ণৰ ছোৱালীৰ মন জয় কৰাটো কঠিন হয় পৰে।।( Assamese Fact )


দ্বিতীয়তে,P আখৰে নাম আৰম্ভ হোৱা ছোৱালী।

Pবৰ্ণৰ ছোৱালী অহংকাৰী হয়।কিন্তু এওঁলোকে বাহিৰৰ পৰা এনে কৰি দেখুৱাই,যেন এওঁলোকে একেবাৰে অহংকাৰ নকৰে।কিন্তু জীৱনত কিবা কৰিবলৈ আহিলে,তেতিয়া এওঁলোকৰ মুখত অহংকাৰে নিজে দেখা দিয়েহি।Pআখৰৰ বৰ্ণৰ ছোৱালীয়ে নিজকে স্বৰ্গৰ পৰি বুলি ভাৱে।সেইবাবে P আখৰৰ ছোৱালীক লৰাবোৰে বেছি গুৰুত্ব নিদিয়ে। প্ৰায় বোৰ লৰাই এওঁলোকক অহংকাৰী বুলি জানে।এওঁলোকৰ ওচৰত কিবা বিশেষ গুণ থাকিলে তেতিয়া P আখৰৰ ছোৱালীয়ে অধিক অহংকাৰ কৰে। 


তৃতীয়তে K আখৰে নাম আৰম্ভ হোৱা ছোৱালী।

K নামৰ ছোৱালীয়ে টকা পইচা,নিজৰ সৌন্দর্য্যক লৈ অহংকাৰ কৰে।Kনামৰ ছোৱালীয়ে নিজৰ তলৰ খাপৰ লোকৰ লগত কথা পাতিবলৈ পচন্দ নকৰে।এওঁলোকৰ ভিতৰত জ্বলনৰ ভাৱনা বহুত বেছি থাকে।যদি Kনামৰ ছোৱালীয়ে কোনোবা আগবাঢ়ি যায়,তেতিয়া এওঁলোকে বহুত বেয়া পায়।।আৰু এওঁলোকৰ ভিতৰত অহংকাৰ আহি যায়।সেইবাবে Kনামৰ ছোৱালীৰ বহু শক্ৰ হয়।।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

( Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।


Assamese Fact

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

2 comments:

  1. মক্কেল এডমিনৰ মক্কেল পোষ্ট

    ReplyDelete
  2. গাঞ্জা অসমত legel কৰিলে নি?

    ReplyDelete

Advertisement

Pages