কৰ'না ভেক্সিন লবলৈ গৈ নিৰুদ্দেশ তিতাবৰ চুঙী কাকডোঙা চাহ বাগিছাৰ মোহন বৈশ্য (৭০) ওৰফে মাষ্টৰ নামৰ ব্যক্তি গৰাকী।
ব্যক্তি গৰাকীয়ে চুম্বকীয়া আকৰ্ষণৰ উৰা বাতৰিত ভয় খায় আত্মগোপন কৰাৰো সন্দেহ কৰা গৈছে।( News update )এই সন্দৰ্ভত অধিক জানিবলৈ চাওক সম্পূৰ্ণ ভিডীঅ' -
কোনো সদাশয় লোকে এই ব্যক্তি গৰাকীৰ সম্ভেদ পালে অনুগ্ৰহ কৰি 9707782840 নতুবা 9365998620 নম্বৰত জনায় যেন।( News update )



No comments:
Post a Comment