৪আহাৰ , শনিবাৰ ,ইং ১৯জুন,২০২১। ( Horoscope Today )
![]() |
| মেষ |
![]() |
| বৃষ |
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন সন্মান লাভ হব, যদিও সজাগ নহলে মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে লগতে কৰ্মত সামান্য বিৰোধিতাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।
![]() |
| মিথুন |
৩. মিথুন ৰাশি - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত জ্ঞান লাভ হব, প্ৰেমত আনন্দ বাঢ়িব, যদিও আজি সজাগ নহলে শত্ৰু বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
![]() |
| কৰ্কট |
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, সাহিত্য সেৱাত মনোনিবেশ হব, কৰ্মত যশস্যা বাঢ়িব , লগতে মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
![]() |
| সিংহ |
৫. সিংহ ৰাশি : সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত উকীল সকলৰ সুনাম বাঢ়িব, লগতে আজি শত্ৰু নাশ হোৱাৰ যোগ দেখা যায়।
![]() |
| কন্যা |
৬. কন্যা ৰাশি - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত গৃহ উন্নতি হব,প্ৰতিভা বিকাশ হব, লগতে ধন সন্মান লাভ হোৱাৰ যোগ দেখা যায়।
![]() |
| তুলা |
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত শিক্ষক সকলৰ শুভ হব, অৰ্থ লাভ হব, যদিও আজি কৰ্মত সজাগ নহলে ক্ষতি যোগ দেখা যায়।
![]() |
| বৃশ্চিক |
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত প্ৰতিস্থা লাভ কৰিব, লগতে মনত আজি আদৰ্শৱাদী মনোভাৱ বাঢ়িব বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
![]() |
| ধনু |
৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত দিনটোত কৰ্মত আনৰ সহায় লাভ হব, সমস্যাৰ সমাধান হব, ধন সন্মান লাভ হোৱাৰ যোগ দেখা যায় ।
![]() |
| মকৰ |
১০. মকৰ ৰাশি - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব, যদিও সজাগ নহলে দেহ মনত সামান্য আঘাট পাৱ পাৰে লগতে লগতে আজি আৰ্থ আগমনত সামান্য হ্ৰাস হোৱাৰ যোগ দেখা যায়।
![]() |
| কুম্ভ |
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত সন্মান লাভ হব, বন্ধুৰ সহায় লাভ হব, যদিও খেতিয়ক সকলৰ সামান্য কষ্টৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।
![]() |
| মীন |
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে, কৰ্মত সামান্য জতিলতা আহিব পাৰে লগতে আজি সকলো দিশতে সজাগ হোৱাটো ভাল হব।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: জ্যোতিষী :-
শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- জালুকবাৰী , গুৱাহাটী -১৪
Pn no -9101096481
Wp no - 9577136205
🙏🙏🙏🙏🙏🙏🙏
বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope Today )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page















No comments:
Post a Comment