অহা ১৪ জুন তাৰিখে CKB কলেজ, JB কলেজ , DCB কলেজ, Jorhat কলেজ আৰু Bahona কলেজত ১৮ বছৰৰ উৰ্ধৰ ব্যক্তিসকলক ক'ভিড প্ৰতিষেধক ক'ভেক্সিনৰ দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হ'ব৷ ( Covid update )
যোৱা ৭ মে, ২০২১ তাৰিখে যি সকল লোকে ক'ভেক্সিনৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছিল, সেইসকলে একেটা কেন্দ্ৰতে গৈ নাম ৰেজিষ্ট্ৰাৰ কৰি দ্বিতীয় পালি ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে । ( Covid update )
নিজৰ পৰিচয় পত্ৰৰ লগতে ম'বাইলত অহা এছ এম এছ বা প্ৰমান পত্ৰ লগত লৈ যাব লাগিব৷ ( Covid update )


No comments:
Post a Comment