ক'ভিড বিৰোধী যুঁজলৈ কণমানিৰ সাঁচতীয়া ধন : Assamese news update - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, June 26, 2021

ক'ভিড বিৰোধী যুঁজলৈ কণমানিৰ সাঁচতীয়া ধন : Assamese news update

 

Assamese news update

সজাগতাৰ অপূৰ্ব নিদৰ্শন দেখুৱাই গুৱাহাটীৰ নুনমাটিস্থিত গুৱাহাটী শোধনাগাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ উমংগ হাজৰিকাই নিজৰ সাঁচতীয়া মুদ্ৰাৰ খোলোংটি আজি মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ হাতত অৰ্পণ কৰে৷(Assamese news update)


ক'ভিড মহামাৰীৰ জটিল পৰিস্থিতিত অসম চৰকাৰলৈ আগবঢ়োৱা এই আন্তৰিক অনুদানৰ বাবে মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জনোৱাৰ লগতে ছাত্ৰগৰাকীৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে৷(Assamese news update)

No comments:

Post a Comment

Advertisement

Pages