আজিৰ ৰাশিফল: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, January 18, 2021

আজিৰ ৰাশিফল:

শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:                              ৪মাঘ , সোমবাৰ,ইং ১৮জানুৱাৰী ২০২১। 

সূৰ্য্যোদয় ঘ:৬/১৬/২৫সূৰ্য্যাস্ত ঘ:৪/৫১/৫৪


ৰাশি - মীন ৰাশি।

তিথি - শুক্লা পঞ্চমী ঘ:- ৯/১৩/৪২ লৈ.

নক্ষত্ৰ  - পূৰ্ব্বভাদ্ৰপদ। ঘ:- ৭/৪৩/৪৭ লৈ।

আদ্যঋতু হলে - দুৰ্ভগা যোগ।

যাত্ৰা :- দক্ষিণ দিশত নাই ।ঘ:- ৯/১৩/৪২ যোৱাত পশ্চিম দিশত নাই।

যোগিনী :- দক্ষিণ দিশত  ।ঘ:- ৯/১৩/৪২ যোৱাত পশ্চিম দিশত।

মৰণত দোষ:- দ্বিপদ। ঘ:- ৭/৪৩/৪৭  যোৱাত নাই।

ভক্ষাভক্ষ্য :- বেল খোৱা নিষেধ।: ঘ: ৯/১৩/৪২ যোৱাত তিতা খোৱা নিষেধ।


১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, কৰ্মত শুভ হব, লগতে কৰ্ম প্ৰাপ্তি হোৱাৰ যোগ দেখা যায়। 

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম প্ৰচেষ্টা সফল হব, সুখ বৃদ্ধি হব, যদিও সজাগ নহলে কৰ্মত সামান্য বিৰোধ হোৱাৰ  যোগ দেখা যায়।

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্তানৰ সুখ লাভ কৰিব, জ্ঞান লাভ কৰিব ,বিদ্যাৰ্থী সকলৰ শুভ হব, যদিও সজাগ নহলে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত ভক্তি ভাৱ বাঢ়িব, ভ্ৰমণৰ সুযোগ লাভ কৰিব, লগতে কৰ্মত যশস্যা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  কৰ্মত সুযোগ লাভ হব, যদিও কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে, লগতে আজি যিকোনো  সিদ্ধান্ত গ্ৰহণত কৰোতে সজাগ হব বা নিজৰ বিবেকক প্ৰাধান্য দিব।

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত প্ৰেমত শুভ হব, গৃহ উন্নতি হব, কৰ্মত শুভ হব যদিও  আজি কৰ্মত সংযমী হোৱাটো ভাল। 

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত আৰ্থিক দিশত উন্নতি হব, যদিও কৰ্মত সজাগ নহলে ক্ষতি হোৱাৰ    যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সাহস বাঢ়িব, সামাজিক সন্মান বাঢ়িব, যদিও সজাগ নহলে মনত সামান্য অশান্তি ভাৱ বৃদ্ধি যোগ দেখা যায়।

৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত সুখ বৃদ্ধি হব, লগতে প্ৰেমত আনৰ সহায় লাভ হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শিল্পী সকলৰ শুভ হব, ধন আৰু সন্মান লাভ হব, যদিও সজাগ নহলে সামান্য আৰ্থ আগমন হ্ৰাস  হোৱাৰ  যোগ দেখা যায়।

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত সামাজিক কৰ্মত মনোনিবেশ হোৱাৰ সুযোগ লাভ কৰিব, প্ৰেম আৰু কৰ্মত শুভ হব লগতে আজি পদ মৰ্য্যদা বৃদ্ধি যোগ   দেখা যায়।

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শত্ৰু নাশ হব যদিও মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে আজি সঞ্চিত ধন ক্ষয় হোৱাৰ যোগ দেখা যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages