পেট কম কৰিবলৈ হলে মাটিত বহি ভাত খাওঁক , ঠাণ্ডা পানী আৰু কোনো ঠাণ্ডা বস্তু নাখাব । ভাত খাই উঠি 10 মিনিট বজ্ৰ আসনত বহক ।
মৈদা আৰু মৈদাৰ বস্তু নাখাব , ৰিফাইন তেল নাখাব , নিমখ কমকৈ খাব ।
সদায় ৰাতিপুৱা উঠি গৰম পানী খাওঁক 3/4 গিলাচ ।
ত্ৰিফলা গুড়ি ৰাতি এচামুছ এক গিলাচ গৰম পানীত মিহলাই খাওঁক , ৰাতিপুৱা Aloevera Juice নিয়মিত খাওঁক ।
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ(যোগাযোগ - ৮৪৭২৯৯৬৩১৬)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment