শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম: ৭মাঘ , বৃহস্পতিৰ,ইং ২১জানুৱাৰী ২০২১।
সূৰ্য্যোদয় ঘ:৬/১৫/৪০সূৰ্য্যাস্ত ঘ:৪/৫৪/৩৫
ৰাশি - মেষ ৰাশি।
তিথি - শুক্লা অষ্টমী, ঘ:- ৩/৫০/৪২ লৈ।
নক্ষত্ৰ - অশ্চিনী। ঘ:- ৩/৩৭/৪৭ লৈ।
আদ্যঋতু হলে - দু:শীলা যোগ।
যাত্ৰা :- ঈশান কোনত নাই ।ঘ:- ৩/৫০/৪২ যোৱাত পূৱ দিশত নাই।
যোগিনী :- ঈশান কোনত ।ঘ:- ৩/৫০/৪২ যোৱাত পূৱ দিশত ।
মৰণত দোষ:- নাই।
ভক্ষাভক্ষ্য :- নাৰিকল, মাছ মাংস খোৱা নিষেধ।: ঘ: ৩/৫০/৪২ লাউ খোৱা নিষেধ।
১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ হব, সঞ্চয় বৃদ্ধি হব যদিও সজাগ নহলে বন্ধু বা আত্মীয় পৰিয়ালৰ লগত মনোমালিন্য হোৱাৰ যোগ দেখা যায়।/div>
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত শুভ হব, নতুন কৰ্মৰ সন্ধান লাভ কৰিব পাৰে, বিবাদ নিস্পত্তি হব, যদিও কৰ্মত সজাগ নহলে আনৰ অবিশ্বাসী হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব যদিও সজাগ নহলে মিচা অপৱাদ পাৱ পাৰে, লগতে মনত সামান্য উদ্বিনতা ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত জ্ঞান লাভ হব যদিও সজাগ নহলে মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে শৰীৰৰ প্ৰতি সচেতন হোৱাটো ভাল।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ হব, আত্মীয় পৰিয়ালৰ সুখ বৃদ্ধি হব, লগতে আজি ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ হব, মনত আনন্দ বাঢ়িব, যদিও সামান্য মনৰ চিন্তা ধাৰাৰ পৰিবৰ্তন হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰদিনটোত প্ৰেমত শুভ, সমস্যাৰ সমাধান হব যদিও আজি আপোনাৰ কৰ্ম স্থান পৰিৱৰ্তন হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন আৰু সন্মান প্ৰাপ্তি হব, নতুন বন্ধু লাভ হব, যদিও আজি বিবাদৰ পৰা আতৰি থকাটো ভাল।
৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম প্ৰেৰণা লাভ কৰিব পাৰে, মনত আনন্দ লাভ কৰিব, আনৰ সহায় লাভ হব পাৰে, লগতে মনত শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ হব পাৰে, যদিও ভ্ৰমণত সামান্য কষ্ট পাৱ পাৰে, লগতে কৰ্মত সজাগ নহলে সামান্য মনত দু:খ পোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত শুভ,কৰ্মত সুখ লাভ হব পাৰে, প্ৰেমত শুভ হব , যদিও সজাগ নহলে মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, যদিও সজাগ নহলে দেহ মনত সামান্য আঘাট পাৱ পাৰে, লগতে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: জ্যোতিষী :-
শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- জালুকবাৰী , গুৱাহাটী -১৪
Pn no -9101096481
Wp no - 9577136205
🙏🙏🙏🙏🙏🙏🙏
বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment