আজিৰ ৰাশিফল: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, January 27, 2021

আজিৰ ৰাশিফল:

     

 

মেষ

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত বিবাদ নিস্পত্তি হব, যদিও কৰ্মত সজাগ নহলে নিৰাশা বাঢ়িব পাৰে লগতে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।
  

বৃষ

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব, প্ৰেমত আনন্দ বাঢ়িব যদিও সজাগ নহলে মনত সামান্য ভয় ভাৱ বৃদ্ধি যোগ  দেখা যায়।


মিথুন

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সজাগ নহলে বুদ্ধি হ্ৰাস হব পৰে, মনত সামান্য কষ্ট পাৱ  পাৰে , লগতে আজি সজাগ নহলে মনোমালিন্য হোৱা যোগ দেখা যায়।


কৰ্কট

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন যোগাযোগ হব, আলহীৰ আগমন হব যদিও সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


সিংহ

৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৃষক সকলৰ শুভ হব যদিও সজাগ নহলে জেষ্ঠ্য জনৰ পৰা মনত সামান্য দু:খ পাৱ পৰে লগতে মিছা অপৱাদ পোৱাৰ যোগ দেখা যায়।


কন্যা

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত আত্মীয়ৰ সুখ বাঢ়িব, প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব, লগতে গৃহ ঊন্নতি  হোৱাৰ যোগ দেখা যায়।


তুলা

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত মনত আশা বাঢ়িব, সন্মান লাভ হব, যদিও সজাগ নহলে পিতৃ মাতে শৰীৰত সামান্য ৰোগ বৃদ্ধি   যোগ দেখা যায়।


বৃশ্চিক

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  সন্মান বৃদ্ধি হব, কৰ্মত সফল হব যদিও সজাগ নহলে মনত সামান্য দু:খ পোৱাৰ যোগ দেখা যায়।


ধনু

৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন সন্মান লাভ হব, পিতৃ মাতৃৰ তথা আত্মীয় পৰিয়ালৰ পৰা মৰম লাভ কৰিব, যদিও সজাগ নহলে কৰ্ৰত সামান্য  জতিলতা বৃদ্ধি হোৱাৰ যোগ  দেখা যায়।


মকৰ

১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ৰোগাৰোগ্য হব,যদিও কৰ্মত সামান্য জতিলতা বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।


কুম্ভ

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত মনৰ আশা বাঢ়িব, কৰ্মত বিপৰীত লিংগৰ পৰা সহাৰি লাভ কৰিব, লগতে সামান্য ব্যয় বৃদ্ধি  হোৱাৰ  যোগ দেখা যায়।


মীন

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত নতুন আশাৰ সঞ্চাৰ হব, মনত আনন্দ বাঢ়িব, যদিও প্ৰেমত জনাগ  হোৱাটো ভাল। 


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages