মৃত্যুঞ্জয়ৰ সপোন পূৰণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, December 28, 2020

মৃত্যুঞ্জয়ৰ সপোন পূৰণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

 

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বিৰুদ্ধে বীৰত্বেৰে যুঁজি অসম সন্তান মৃত্যুঞ্জয়ে অতুলনীয় দেশপ্ৰেমৰ নিদৰ্শন দেখুৱাই থৈ গ'ল।
চি আৰ পি এফ-ৰ অমৰ জোৱানগৰাকীৰ ধেমাজি জিলাৰ চিচিবৰগাঁৱৰ গেলুৱা গাঁওস্থিত বাসগৃহত আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হৈ তেখেতৰ সমাধিত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।লগতে, বীৰ শ্বহীদগৰাকীৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাই অসম চৰকাৰৰ তৰফৰপৰা ২০ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়াই।


যিহেতু মৃত্যুঞ্জয়ে এখন শিশু উদ্যান গঢ় দিয়াৰ সপোন দেখিছিল।

সেই সপোনক বাস্তৱায়িত কৰি তেখেতৰ সমাধিক্ষেত্ৰৰ কাষতে শিশু উদ্যানখন নিৰ্মাণ কৰাৰ লগতে শ্বহীদগৰাকীৰ নামেৰে নামকৰণ কৰিবলৈ জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।





No comments:

Post a Comment

Advertisement

Pages