ঘিঁউৰ দ্বাৰা প্ৰায় 30 টা ৰোগৰ চিকিৎসা কৰিব পৰা যায় । গলৰ ওপৰত হোৱা 90% ৰোগেই মাত্ৰ 4-5 টোপাল ঘিঁউৰে ঠিক কৰিব পৰা যায় ।।।
কাণেৰে কম শুনা হোৱা , কাণেৰে পূজ ওলাই থকা , কাণৰ পৰ্দা ফাটি যোৱা , কাণৰ বিষ হৈ থকা , মূৰৰ বিষ , মাইগ্ৰেন , কথা পাহৰি যোৱা , স্মৃতি শক্তি হ্ৰাস পোৱা , ধূলিৰ পৰা হোৱা এলাৰ্জি , চাইনাচ , চকু ৰঙা পৰি থকা , গল সুৰসুৰাই থকা আদিত ঘিউ 100% ৰিজাল্ট পোৱা যায় ।।
এতিয়া ঘিঁউ কেনেকৈ ব্যৱহাৰ কৰিব জানি লওঁক ।।
মনত ৰাখিব যে জাৰ্ছী গৰুৰ ঘিঁউ আৰু বজাৰত পোৱা ঘিঁউৰে এই ৰোগ ঠিক নহব ।।
100% বিশুদ্ধ ঘৰত বনাই লৈ হে ব্যৱহাৰ কৰিব । বজাৰৰ ঘিঁউ জাৰ্ছী গৰুৰ গাখীৰৰ ।
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment