মেলামাটিত কালী পূজাৰ আয়োজন - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, November 14, 2020

মেলামাটিত কালী পূজাৰ আয়োজন

আজি শ্ৰী শ্ৰী কালী পূজা।সেই উপলক্ষে তিতাবৰ মহকুমাৰ মেলামাটি সাৰ্বজনীন কালী মন্দিৰ থলীত বিগত বৰ্ষৰ সমূহৰ দৰে এইবাৰো শ্ৰী শ্ৰী কালী পূজা ভাগৰ আয়োজন কৰা হৈছে।আজি সন্ধ্যাৰ পৰা এদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হব লগা এই পূজাভাগীলৈ সমূহ অঞ্চলবাসী তথা ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে মেলামাটি পূজা উদযাপন সমিতিয়ে।

ধন্যবাদ।


Dibya Jyoti Dutta

সভাপতি,মেলামাটি পূজা উদযাপন সমিতি।

No comments:

Post a Comment

Advertisement

Pages