সালমইনাৰ দাগ,মৰা ছালৰ দাগৰ পৰা পৰিত্ৰান পাবলৈ! - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, November 14, 2020

সালমইনাৰ দাগ,মৰা ছালৰ দাগৰ পৰা পৰিত্ৰান পাবলৈ!

সালমইনা কমাবলৈ পোন প্ৰথমে চাবোন বন্ধ কৰিব লাগিব ।। 


তাৰ পিছত ঠাণ্ডা বস্তুৰ  লোভ এৰিব লাগিব । যেনে ice cream , cold drinks  , ঠাণ্ডা পানী আদিকে ধৰি যিকোনো ঠাণ্ডা পানী বন্ধ কৰিব লাগিব ।। 


মছলা  যুক্ত খাদ্য বন্ধ কৰিব লাগিব । 


মাছ মাংস  কমাই দিব । 


দৈনিক 2-3  লিটাৰ পানী খাব আৰু পানী খোৱাৰ নিয়মাৱলী মানি চলিব ।।


ৰাতিপুৱা উঠি গৰম পানী খাব ।


ঔষধ :


 1. মহানিমুৰ পাতৰ ৰস উলিয়াই লব দুই চামুচ , তাত আধা চামুচ গোল নেমুৰ ৰস মিহলাই হাতেৰে লগাওঁক । তাৰ পিছত শুকাব দিব ।


শুকোৱাৰ পাছত কুহুমীয়া গৰম পানীৰে ধুব ।। 


2 . 2 চামুচ  আমলখিৰ শুকান গুড়ি লৈ তাত 1 চামুচ দৈ মিহলাই লগাওঁক । আধা ঘণ্টা থাকিব দি হাতেৰে মোহাৰি গুচাই দিব ।।


3. মূলতানী মাটি এক চামুচ আধা কাপ পানীৰ লগত মিহলাই লেপ বনাই লগাওঁক  । আধা ঘন্টা পাছত ধুই দিব ।

4. Aloevera Gel নিয়মীত ৰাতি শুৱাৰ সময়ত লগাব ।


5. আমলখিৰ ৰস , Aloevera ৰস আদি নিয়মীত ৰাতিপুৱা খাওঁক ।

6. মহিলাসকলৰ মাহেকীয়াৰ সমস্যা থাকিলেও শালমইনা হয় বা চকুৰ গুৰিও কলা পৰে । ইয়াৰ বাবে আমাৰ শতমূল চূৰ্ণ 3 মাহ খাব । 

 


সদায় পেট পৰিষ্কাৰ ৰাখক । সময়ত শুৱা , সময়ত খোৱা , সময়ত শৌচ কৰা আদি নিয়ম মানিব ।


এইদৰে কৰিলে এমাহৰ ভিতৰত দাগবোৰ পৰিষ্কাৰ হব আৰু নতুন ওলোৱাও বন্ধ হব ।


-আচাৰ্য পংকজ পাঠক

No comments:

Post a Comment

Advertisement

Pages