আজিৰ ৰাশিফল: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, November 13, 2020

আজিৰ ৰাশিফল:


 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:                          ২৭ কাতি , শুক্ৰবাৰ,ইং ১৩ নৱেম্বৰ ২০২০। 

সূৰ্য্যোদয় ঘ:৫/৪২/৪২সূৰ্য্যাস্ত ঘ:৪/২৭/৫৭


ৰাশি - কন্যা ৰাশি। দি:ঘ:- ১৫/৫/৪৬ যোৱাত তুলা ৰাশি।

তিথি - কৃষ্ণা এযোদশী ।দি: ঘ:- ৩/৫৪/২০লৈ।

নক্ষত্ৰ  - চিত্ৰা, ৰা:ঘ: ১০/১৬/৪৩ লৈ।

আদ্যঋতু হলে - বেশ্যা যোগ।

যাত্ৰা :- দক্ষিণ দিশত নাই । দি:ঘ: ৩/৫৪/২০ যোৱাত পশ্চিম দিশত নাই ।

যোগিনী :- দক্ষিণ দিশত  । দি:ঘ: ৩/৫৪/২০ যোৱাত পশ্চিম দিশত  ।

মৰণত দোষ:- নাই,দি:ঘ: ৩/৫৪ /০ যোৱাত এপদ। 

ভক্ষাভক্ষ্য :- বেঙেনা , দি:ঘ: ৩/৫৪/২০ যোৱাত মাটিমাহ, তেল ,মাছ মাংস  খোৱা নিষেধ । 


১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, ধন মান প্ৰাপ্তি হব, লগতে ভ্ৰমনত শুভ হোৱাৰ যোগ দেখা যায় ।  

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব যদিও সজাগ নহলে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ, মৰম লাভ হব লগতে কৰ্মত শুভ হোৱাৰ  যোগ দেখা যায়‌।

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত  ব্যৱসায়ত শুভ ,সমস্যাৰ সমাধান হব, যদিও সজাগ নহলে সামান্য মনত কষ্ট পোৱাৰ  যোগ  দেখা যায়।

৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত পদবী লাভ হব,সন্মান বাঢ়িব, ধন লাভ হব, লগতে প্ৰতিযোগিতা মূল্যক পৰীক্ষাত সফল হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত সামাজিক সন্মান বাঢ়িব,লগতে ধন লাভ হব যদিও সজাগ নহলে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত আয় বাঢ়িব, সন্মান লাভ হব যদিও কৰ্মত সজাগ নহলে সামান্য বিৰোধ হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব, লগতে ক্ৰীড়াৰ লগত জৰিত ব্যক্তি সকলৰ শুভ হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেত শুভ, কৰ্মত শুভ যদিও সজাগ নহলে আনৰ নিন্দনিয় হোৱাৰ যোগ দেখা যায়। 

১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত স্থান পৰিৱৰ্তন হব পৰে, কৰ্মত শুভ, লগতে দ্ৰব্য লাভ হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত আয় বাঢ়িব, লগতে কৰ্মত শুভ হব যদিও চোৰৰ পৰা সাৱধান  হোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত দ্ৰব্য লাভ হব, শিল্পী সকলৰ শুভ হব যদিও সজাগ নহলে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

No comments:

Post a Comment

Advertisement

Pages