গুৱাহাটী কালাপাহাৰ স্থিত কোভিড সেৱা চিকিৎসালয়খন আজি আনুষ্ঠানিকভাৱে মুকলি কৰে স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।১৬০খন বিচনাযুক্ত এই চিকিৎসালয়খনত ৰোগীক অক্সিজেন প্ৰদানৰ ব্যৱস্থাসহ আইচিইউ, ভেন্টিলেটৰ সুবিধা, ডায়েলাইছিছ ইউনিট, পৰীক্ষাগাৰ আৰু এক্স-ৰে সেৱা আদিৰ দৰে সকলো আধুনিক সৰঞ্জাম আছে ৷কোভিড ৰোগীৰ চিকিৎসাৰ বাবে অত্যাধুনিক সা-সুবিধা উপলব্ধ হ'ব।চিকিৎসালয়খনত বিশেষজ্ঞৰ দ্বাৰা সকলো সময়তে ৰোগীক সেৱা প্ৰদান কৰা হ'ব বুলি মত পোষণ কৰিছে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে৷
Advertisement
Wednesday, November 4, 2020

কালাপাহাৰত কোভিড সেৱা চিকিৎসালয় মুকলি
Tags
# news
Share This

About Social Media Journalism
news
Tags:
news
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment