ছবিত দেখা শাৰীৰিকভাবে সক্ষম যুৱক জনৰ নাম দীপক মিত্ৰা আৰু কাষৰ ছবিত পেৰালাইছিছ হৈ থকা তেওঁৰ মাতৃ আৰু কেঞ্চাৰ ৰুগত আক্ৰান্ত পিতৃক দেখিবলৈ পোৱা গৈছে।অতিকৈ দৰিদ্ৰ পৰিয়ালৰ যোৰহাট জিলাৰ মৰিয়নীৰ এই যুৱক জনে বিগত এটা মাহ ধৰি কোনোমতে মাকৰ চিকিৎসা কৰি থকাৰ সময়তে দেউতাকো কেঞ্চাৰত আক্ৰান্ত হোৱাত চৰম হতাশাত পৰিছে।
ইফালে অতিকৈ দূৰ্ভাগ্যৰ বিষয় যে দিল্লীৰ এক ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত তেওঁৰ একমাত্ৰ ভাতৃ বিষ্ণু মিত্ৰাও আন এক ৰুগত আক্ৰান্ত হৈ সয্যাগত হৈ আছে।বৰ্তমান দেউতাকক কোনোমতে গুৱাহাটীৰ জি এম চি এইচত ভৰ্তি কৰাই চিকিৎসা সেৱা আগবঢ়াই আছে যদিও ধনৰ অভাৱত এতিয়া দিক্-বিদিক্ হেৰুৱাইছে দূৰ্ভগীয়া যুৱক জনে।এনে স্থলত এই দৰিদ্ৰ তথা অসহায় যুৱক জনক আপোনালোকৰ কিছু সহায়ৰ প্ৰয়োজন।সেয়ে কোনো মানৱদৰদী লোকে যুৱক জনক সহায়ৰ হাত আগ বঢ়াব বিছাৰিলে যুৱক জনৰ ফোন নং আৰু তেওঁৰ মাতৃৰ বেংক একাউণ্ট নং তলত উল্লেখ কৰা হল।অনুগ্ৰহ কৰি প'ষ্টটো শ্বেয়াৰ কৰি দিয়ে যেন,ধন্যবাদ।
যুৱকজনৰ ফোন নং - 9954823617
বেংক একাউন্ত নং - 7205026014694
IFSC Code - UTBI0RRBAGB
Account Holder - Kokoya Mitra.

No comments:
Post a Comment