লকডাউনৰ মাজতেই আজি গুৱাহাটীৰ বশিষ্ট মন্দিৰ আৰু নৱগ্ৰহ মন্দিৰৰ আশেপাশে থকা একাংশ ভোকাতুৰ বান্দৰৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰি প্ৰশংসাৰ পাত্ৰ হল জনপ্ৰিয়া অভিনেতা ৰাজকুমাৰ।
No comments:
Post a Comment