সুপ্ৰভাত,আপোনালোকৰ দিনটো শুভ হোৱাৰ কামনাৰে শিৱসাৰ স্থিত ঐতিহাসিক শিৱ দ'লৰ আলৌকিক শিৱ লিঙ্গ ভাগৰ এখনি ছবি আপোনালোকলৈ আগ বঢ়ালো।ঐতিহাসিক শিৱ দ'লৰ আলৌকিক শিৱ লিঙ্গ ভাগ দৰ্শনৰ লগতে দ'ল প্ৰাঙ্গনত অনুষ্ঠিত অখণ্ড হৰি কীৰ্তনৰ দৰ্শন লাভ কৰিব বিছাৰে যদি ওপৰৰ লিংকত ক্লিক কৰি সম্পূৰ্ণ ভিডীঅ'টো চাওঁক।
No comments:
Post a Comment