খেলো ইণ্ডিয়াত অসম কন্যাৰ দ্বিতীয়টো সাফল্য।সোণৰ পদক অৰ্জনৰে ৰাজ্যলৈ কঢ়িয়াই আনিলে গৌৰৱ। - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, January 13, 2020

খেলো ইণ্ডিয়াত অসম কন্যাৰ দ্বিতীয়টো সাফল্য।সোণৰ পদক অৰ্জনৰে ৰাজ্যলৈ কঢ়িয়াই আনিলে গৌৰৱ।



খেলো ইণ্ডিয়াৰ চাইক্লিংৰ ৬০ কিলো মিটাৰ শাখাত সোণৰ পদক লাভ কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে অসম কন্যা তথা ৰহা নিবাসী গংগোত্ৰী বৰদলৈয়ে।

খেলো ইণ্ডিয়াত এইটো হৈছে অসমৰ দ্বিতিয়টো স্বৰ্ণ পদক লাভ।ইয়াৰ পূৰ্বে জুডোৰ ৫৭ কেজি শাখাত প্ৰথমটো স্বৰ্ণপদক লাভ কৰিছিল কাৰ্বি আংলংৰ পূজা বসুমতাৰীৰ।

No comments:

Post a Comment

Advertisement

Pages