বিশালাকায় ডাইন'ছৰ,গৰিলা,হেলিকপ্টাৰ আৰু ৰংঘৰৰ আৰ্হিত আকৰ্ষণীয় ভেলাঘৰ।চাওক আন কেইখন ছবি। - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, January 13, 2020

বিশালাকায় ডাইন'ছৰ,গৰিলা,হেলিকপ্টাৰ আৰু ৰংঘৰৰ আৰ্হিত আকৰ্ষণীয় ভেলাঘৰ।চাওক আন কেইখন ছবি।


বিশালাকায় ডাইন'ছৰ,গৰিলা,হেলিকপ্টাৰ আৰু ৰংঘৰৰ আৰ্হিৰ এই আকৰ্ষণীয় ভেলাঘৰ নিৰ্মান কৰি উলিওৱা হৈছে সাংস্কৃতি নগৰি যোৰহাটত।

যোৰহাট চাউলীঘাট পথ স্বিত ৰখঙ্গীয়া বৰনামঘৰ প্ৰৱেশদ্বাৰ সমীপত নিৰ্মান কৰা হৈছে এই ভেলাঘৰ।


নৱোদয় পুথিভঁৰালৰ সৌজন্যত বৰখঙ্গীয়া গাওঁবাসী ৰাইজৰ সহযোগত সামূহিক ভাবে উদযাপন কৰা হব এই মাঘ বিহু।


ফটো : দেৱাশীষ বৰা (দেবু)


No comments:

Post a Comment

Advertisement

Pages