আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, July 7, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

Horoscope Today



🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 

২১ আহাৰ, শুক্ৰবাৰ ইং ৭ জুলাই ২০২৩ ।  ( Horoscope Today )


 *সূৰ্য্যোদয়* ঘ:- ৪/৪১/১১, *সূৰ্য্যাস্ত* ঘ:- ৬/১৪/৫৪

*ৰাশি:-*  কুম্ভ ৰাশি।

*তিথি :-*  কৃষ্ণা চতুৰ্থী , ঘ: ৭/৪৫/০  লৈ।

*নক্ষত্ৰ :-* ধনিষ্ঠা ,প্ৰা:ঘ:- ৫/১৩/৫২  লৈ।

*শুভ সংখ্যা:-* ৩/৬

*শুভ ৰং:-* চিত্ৰ বিচিত্ৰ/ ধোৱাৰণ। 

*আদ্যঋতু হলে :-* সুভগা যোগ। 

*মৰণত দোষ*:-  নাই। শে:ৰা:ঘ:- ৩/৩৬/৪১যোৱাত দ্বিপদ।

*যাত্ৰা:-* নৈঋত কোনত নাই, ঘ:- ৭/৪৫/০  যোৱাত দক্ষিণ দিশত নাই।

*যোগিনী* :- নৈঋত কোনত , ঘ:- ৭/৪৫/০  যোৱাত দক্ষিণ দিশত।

*ভক্ষাভক্ষ্য* :- মূলা খোৱা নিষেধ, ঘ:- ৭/৪৫/০  যোৱাত বেল  খোৱা নিষেধ। 


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, ছাত্ৰ ছাত্ৰী বাবে আজি দিনটো শুভ বুলি কব পাৰি যদিও আজি আপুনি খৰচ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ'ব। 


২. *বৃষ ৰাশি* :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা সম্পত্তি বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সৰু-সুৰা কথাই আপোনাৰ মনটো চিন্তিত কৰি তুলিব পাৰে লগতে আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য বাধা সন্মুখীন হোৱাৰ যোগ দেখা যায় ।


৩. *মিথুন ৰাশি* :-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ'ব, লগতে আজি কৰ্মচাৰী সকলৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত শত্ৰুৰ পৰা সাৱধান হ'ব, কৰ্মত আত্মীয় পৰিয়ালৰ পৰা সামান্য বাধাৰ সন্মুখীন হব পাৰে, লগতে আজি আপুনি সজাগ নহ'লে সামান্য মনোমালিন্য  হোৱাৰ যোগ দেখা যায়।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত পুৰণি বন্ধুৰ সান্নিধ্য লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য ক্ষতি হব পাৰে লগতে আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ হোৱাৰ যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত হাতলৈ ধন ধান আহিব, সমাজ কৰ্মী আৰু ৰাজনৈতিক কৰ্মী সকলৰ সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব, লগতে আজি আপোনাৰ আনৰ সহায় সহযোগিতা মাজেৰে কৰ্মবোৰ সমাপ্ত হোৱাৰ যোগ দেখা যায়।  ( Horoscope Today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত ভাল সংবাদ লাভ কৰিব, কৌশলৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ'লে আত্মীয় পৰিয়ালৰ লগত ভুল বুজাবুজিৰ বা মনোমালিন্য  বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, আজি আপোনাৰ মনৰ চিন্তা ধাৰা উন্নত হ'ব, যদিও আজি আপুনি যিমান পাৰে মনৰ খংঙ আৰু অভিমান ভাৱ পৰিত্যাগ কৰিবলৈ চেষ্টা কৰিব।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ছাত্ৰ ছাত্ৰী সকলৰ শুভ বুলি কব পাৰি, লগতে আজি আপোনাৰ কৰ্মত আৰু ব্যৱসায়ত নতুন নতুন সুযোগ সুবিধা লাভ হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ  যিসকল শিক্ষক আছে আজিৰ দিনটোত তেওলোকৰ শুভ বুলি কব পাৰি, সমাজ কৰ্মী আৰু ৰাজনৈতিক কৰ্মী সকলে সামাজিক কৰ্মত প্ৰতিষ্ঠা লাভ কৰিব, যদিও আজি আপোনাৰ ক্ষতি হব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব, কৰ্মত হীনমান্যতাত ভোগীব পাৰে, যদিও আজি ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলৰ শুভ বুলি কব পাৰি। 


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কেছ মোকৰ্দমাত জয় লাভ কৰিব, মনত সুখ শান্তি বাঢ়িব, যদিও আজি আপুনি মনোমালিন্য হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব। 


( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205


 ( Horoscope Today )

No comments:

Post a Comment

Advertisement

Pages