মস্তিষ্ক শৰীৰৰ যেতিয়া আমাৰ ভাগি পৰে তেতিয়া ইয়াক পুনৰ সঞ্জীৱ কৰিবলৈ মানুহৰ টোপনি ভালকৈ যোৱাটো অতি জৰুৰী৷ ( Assamese Beauty Tips )
ভাগৰুৱা দেহটোয়ে ভাল দৰে টোপনি হোৱাৰ পাছত পুনৰ সজীৱহৈ পৰে৷সেয়েহে টোপনি যোৱাটো ক্ষন্তেকীয়া অৱশতা বুলিব পাৰি৷ হিন্দু শাস্ত্ৰত টোপনি গভীৰ ভাবে যোৱাটোক ক্ষন্তেকৰ বাবে মৃত্যু বুলি অভিহিত কৰিছে৷ সেয়েহে টোপনিৰ পৰা সাৰ পোৱাৰ পাছত গা ধুৱাটো অতি দৰকাৰ বুলি হৈছিল৷
মানুহৰদেহত Oxygen ৰ অভাৱহলে মগজু শিঠিল হৈ পৰে৷যাৰ ফলত দিনৰ ভাগত টোপনিৰ ভাব হোৱা দেখা যায় মনটো আনন্দ লাগি নাথাকে৷কাম কৰাত এলাহ হয়৷চকু গুৰি কলাদাগ পৰে৷ পেটৰ সম্যসাই দেখা দিয়ে ৷ মুখৰ উজ্জ্বলতা নোহোৱা হয় খোৱা বোৱাত অৰুচি ভাৱ আহে৷ ইয়াৰ ফলত শৰীৰৰ অংগসমুহত নানা সম্যসাৰ সৃষ্টি হয়৷ দেহত বল নোহোৱাৰ দৰে হয়৷
ছালত বলিৰেখা পৰে৷ টোপনি যোবাৰ ফলত আমাৰ শৰীৰটো জিৰণি পায় আৰু নিজকে পুনৰ মেৰামতি কৰি তুলে৷ ( Assamese Beauty Tips )
বহুত কথা আমাৰ টোপনি ভালদৰে নহব পাৰে৷
যেনে :নিয়মিত সময়ত শুৱলৈ নগলে টোপনিত ব্যাঘাত জন্মে৷
শোৱাৰ আগত কফি বা ৰাগিয়াল একো নাখাব৷
নিজৰ ৰোমটো চাফা চিকুনকৈ ৰাখিব৷
নিজৰ বিচনাখন বেচি কোমল বা টান হব নালাগে৷
পাৰিলে সদায় বিচনা চাদৰ গাৰুৱাৰ সলাব৷ কাৰনে আমি যেতিয়া ৰাতি শোও , তেতিয়া আমাৰ শৰীৰৰ ভিতৰত ditox হয়, আমাৰ শৰীৰৰ ঘাম আমাৰ গাৰুত বেডচিটত লাগে৷
কোনো ধৰনৰ ঔষধ পৰাপক্ষত সেৱন নকৰাই ভাল৷
পাৰিলে শুৱাৰ আগত আহাৰ খোৱাৰ অলপ পাছত গা ধুই শুৱাটো ভাল৷ ঠাণ্ডাদিনত কুহুমীয়া পানীৰে ধুৱ৷
শুৱাৰ আগত পাৰিলে লাইট sleep music head phone লগাই শুনিব৷
টোপনিটো ভাল হলে আপোনাৰ ছাল ছুলি সম্যসা কম হব৷
৩০ বছৰৰ বয়সলৈ 8 hours শুৱাটো ভাল৷ দিনৰ ভাগত ২০ মিনিটমানপাৰিলে rest লব৷
তেতিয়া আমাৰ দেহ আৰু মগজু সজীৱহৈ থাকে৷
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Beauty Tips )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment