আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Saturday, September 17, 2022

demo-image

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

PhotoGrid_Site_1663382658527


 ৩১ ভাদ, শনিবাৰ ইং, ১৭ চেপ্তেম্বৰ ২০২২।  ( Horoscope Today ) 


১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত স্বাস্থ্যৰ উন্নতি হ'ব, আত্মীয় পৰিয়ালৰ পৰিয়ালৰ আগমন হ'ব, লগতে আজি আপুনি ভাল ব্যক্তিৰ সান্নিধ্য লাভ হোৱাৰ যোগ দেখা যায়।


২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ কৰিব, কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, লগতে আজি আপোনাৰ মনত শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়  ।


৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  ঘৰত আনন্দ বাঢ়িব,  ঘৰত উৎসৱ মুখৰ পৰিবেশ সৃষ্টি হ'ব, যদিও আজি আপুনি ব্যয়ৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ'ব।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত মনত উৎসাহ বাঢ়িব, কৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব, পুৰণি সমস্যাৰ সমাধান হ'ব, লগতে আজি আপুনি সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায় ।   


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত শিল্পী সকলৰ সুনাম বাঢ়িব, কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব, লগতে আজি আপোনাৰ ধন - সন্মান লাভ  হোৱাৰ  যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব, ঘৰলৈ আলহীৰ আগমন হ'ব, যদিও আজি আপুনি সকলো কৰ্মতে সজাগ হোৱাটো ভাল হ'ব । ( Horoscope Today ) 


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য আঘাত পাৱ পাৰে লগতে আজি আপুনি সজাগ নহ'লে আনৰ অবিশ্বাসী হোৱাৰ যোগ দেখা যায়।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব, ভোজন বিলাস বাঢ়িব, লগতে আজি আপোনাৰ সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সমাজ কৰ্মী সকলে  সামাজিক সন্মান লাভ কৰিব, ভ্ৰমণৰ সুযোগ লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মৰ প্ৰতি আগ্ৰহ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, উত্তম বস্ত্ৰ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে ঘৰুৱা কৰ্মত সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটো কৰ্মক্ষেত্ৰত উন্নতি হ'ব, ঘৰত আনন্দ আৰু উৎসৱ মুখৰ পৰিবেশ সৃষ্টি হ'ব যদিও আজি আপুনি সজাগ নহ'লে বন্ধুৰ লগত সামান্য মনোমালিন্য   হোৱাৰ যোগ দেখা যায়। 


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত বাধা দুৰ হোৱাৰ যোগ দেখা যায় । 


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯


Ph no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

PhotoGrid_1607481497035

বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Horoscope Today ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages