নাৰিকলৰ উপকাৰিতা : Assamese Health Tips - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Sunday, September 18, 2022

demo-image

নাৰিকলৰ উপকাৰিতা : Assamese Health Tips

PhotoGrid_Site_1663484324665

১)নাৰিকল খালে-হৃদ যন্ত্ৰ,ৰক্ত সঞ্চালন,মাংসপেশীৰ কোষিকা আদিৰ ক্ৰিয়া সবল হয়। ( Assamese Health Tips )


২/নাৰিকল খালে পাচন ক্ৰিয়া আৰু হজম শক্তি বৃদ্ধি হয়।


৩/নাৰিকল খালে স্মৃতি শক্তি বৃদ্ধি হয়।মগজুৰ নিউৰন কোষ সক্ৰিয় হয়।চিন্তা তথা মেধা শক্তিও বৃদ্ধি হয়।শৰীৰ অটুত ৰাখে।দেহ আতিল হয়।


৪/বহুমুত্ৰ ৰোগৰ বাবেও নাৰিকল উপকাৰী।


৫/ৰক্তহীনতাৰ বাবে নাৰিকল উপকাৰী।দেহত-ভিটামিন-আইৰন, হিম'গ্লবিন,কেলছিয়াম আদি পোষক দ্ৰব্যৰ অভাৱ দূৰ কৰে নাৰিকলে।


৬/নাৰিকল খালে দেহৰ কলেষ্ট্ৰৰল নিয়ন্ত্ৰণত থাকে।

 ( Assamese Health Tips )


৭/হাড়ৰ গঠন,গাঁঠিৰ বিষ, মাংসপেশীৰ বিষ, অৰ্থৰাইটিচ আদিৰ বাবে নাৰিকল নায়মিত খোৱাতো উপকাৰী।


৮/নাৰিকল দেহৰ বেক্টেৰীয়া তথা বীজাণু নাশক।


৯/নাৰিকলৰ গাখীৰ বা ডাৱৰ পানী কম মাত্ৰাত নিয়মীয়াকৈ খালে-দেহৰ অতিৰিক্ত ওজন কমোৱাত সহায় কৰে।


১০/ক্ৰিমী আৰু দেহৰ বেক্টেৰীয়া তথা বীজাণু নাশক।


১১)মহিলাৰ গৰ্ভাৱস্থাত নিয়মীয়া-২৫-৫০ গ্ৰামকৈ নাৰিকল আৰু এটাকে আমলখি বা ডালিম খোৱাতো সন্তান আৰু মাকৰ শৰীৰৰ বাবে হিতকাৰক।প্ৰসৱ যন্ত্ৰনা লাঘৱ হয়।


১২)চুলিৰ বাবেও নাৰিকল খোৱা আৰু মূৰত নাৰিকলৰ তেল ঘঁহাতো অতি উপকাৰী।চুলি সৰা,ফটা,উফি,খজুৱতি, বা অন্য যিকোনো সমস্যাত খাতি নাৰিকলৰ তেল আৰু নেমু ৰস মিহলাই ঘঁহিলে-ঊপকাৰ পোৱা যায়।


১৩/নাৰিকলে আমাৰ দেহৰ যথেষ্ঠ উপকাৰ সাধন কৰাৰ লগতে দেহ প্ৰতিৰক্ষণ ক্ষমতা বৃদ্ধি কৰে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages