২০ পুহ, বুধবাৰ, ইং ৫ জানুৱাৰী, ২০২২। ( Horoscope Today )
১. *মেষ ৰাশি* (অ,ল) : - মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আনৰ পৰা মৰম লাভ কৰিব ,কৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব যদিও আজি আপুনি সজাগ নহলে আপোনাৰ কৰ্মস্থান পৰিৱৰ্তন হোৱাৰ যোগ দেখা যায়।
২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৩. *মিথুন ৰাশি* ( ক,ছ) : - মিথুন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আত্মীয়ৰ আগমন হব ,কৰ্মক্ষত্ৰত সফলতা লাভ কৰিব, লগতে আজি আপোনাৰ সুখ বৃদ্ধি হোৱাৰ যোগ দেখা য়ায।
৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত মনত ভক্তি ভাৱ বাঢ়িব যদিও আজি আপুনি সজাগ নহলে প্ৰেমত সামান্য জতিলতা আহিব পাৰে লগতে আজি আপুনি সজাগ নহলে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব যদিও আজি আপুনি সজাগ নহলে মনত বৃদ্ধি সামান্য বিদ্বেষ ভাৱ বাঢ়িব লগতে আজি আপোনাৰ মনত সামান্য ভয় ভাৱ বাঢ়িব লগতে আজি আপুনি পুলিচ প্ৰশাসন ৰ পৰা সাৱধান হোৱাটো ভাল হব।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত পাৰিবাৰিক সুখ শান্তি বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে কৰ্মক্ষত্ৰত সামান্য জতিলতা বাঢ়িব পাৰে লগতে স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব। ( Horoscope Today )
৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত ভক্তি ভাৱ বাঢ়িব, কৰ্মক্ষত্ৰত সন্মান বাঢ়িব, যদিও আজি আপোনাৰ সামান্য চকুৰ ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।
৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হব, যদিও আজি আপোনাৰ মনত সামান্য উদ্বেগ ভাৱ বাঢ়িব পাৰে লগতে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।
৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত স্বাস্থ্যৰ উন্নতি হব, কৰ্মত সফললতা লাভ হব যদিও আজিৰ দিনটোত সজাগ আৰু সচেতন হৈ চলাতো ভাল হব।
১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সাহিত্য সেৱাত মনোনিবেশ হব, কৰ্মত আত্মবিশ্বাস বাঢ়িব, আনৰ বিশ্বাসি হব, যদিও আজি আপোনাৰ শৰীৰত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত প্ৰেমত আনন্দ বাঢ়িব, আৰ্থিক দিশত শুভ হব, সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে কৰ্মত সামান্য গুৰুত্ব হ্ৰাস হোৱাৰ যোগ দেখা যায়।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষত্ৰত আনৰ সহায় সহযোগিতা লাভ কৰিব, কৰ্মত সফলতা লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মক্ষত্ৰত জনপ্ৰিয়তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- " মা কামাখ্যা গেট " (নাৰ্চাৰী)
গুৱাহাটী - ৯
Ph no -9101096481
Wp no - 9577136205
🙏🙏🙏🙏🙏🙏🙏
বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope Today ) সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment