সাপৰ নিচিনা বন্ধু পৰা আঁতৰত থাকক: Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, January 19, 2022

সাপৰ নিচিনা বন্ধু পৰা আঁতৰত থাকক: Assamese Fact

Assamese Fact

এজনী মহিলাই নিজৰ ঘৰত এটা সাপ পুঁহিছিল। সেই সাপটোৱেও সদায় সেই মহিলা গৰাকীৰ ওচৰতে শুইছিল। ( Assamese Fact )


কিন্তু তাই লগত যি হ'ল কোনো মানুহে ভাবিবয়ে নোৱাৰে। তাই সাপটোক বহুত মৰম কৰিছিল আৰু সাপটো প্ৰায় ৭ ফুট মান দীঘল আছিল। 


সি নিজেই নিজেই খোৱা বোৱা বন্ধ কৰি দিলে। তাৰ পাছত সেই মহিলা গৰাকী চিন্তিত হৈ পৰিল।তাই সাপটোক খোৱাবলৈ বহুত সপ্তাহ চেষ্টা কৰিলে। কিন্তু সি নাখালে। সেই কাৰণে তাই সাপটোক ডাক্তৰৰ ওচৰলৈ লৈ গ'ল। 


তাই ডাক্তৰক সকলো কথা ক'লে আৰু তেতিয়া ডাক্তৰজনে সুধিলে সাপটো সদায় আপোনাৰ লগতেই শুৱে নে? তেতিয়া তাই ক'লে-অ' ই সদায় মোৰ লগতেই শুৱে।যেতিয়াৰ পৰা ই খোৱা বোৱা এৰিছে তেতিয়াৰ পৰা ই আপোনাক মেৰিয়াই ধৰে নেকি?


 তেতিয়া তাই ক'লে-অ' হয়,ধৰে। কিন্তু মই তাৰ কাৰণে একো কৰিবা পৰা নাই।ডাক্তৰজনে সকলো কথা শুনি ক'লে- আপোনাৰ এই সাপটোৰ একো বেমাৰ হোৱা নাই। ( Assamese Fact )


ই আপোনাক খাবলৈ প্ৰস্তুতি চলায় আছে। আপোনাক মেৰিয়াই ধৰি জুখি চাই। সি খোৱা বোৱা এই কাৰণে এৰি দিছে যাতে আপোনাক খাবলৈ পেটত জেগা বনাব পাৰে। সেই মহিলাগৰাকীয়ে ডাক্তৰজনৰ কথা শুনি আচৰিত হ'ল আৰু কঁপিবলৈ ধৰিলে।


 ইয়াৰ পৰা এইটো বুজিব পাৰি যে সাপ কেতিয়াও আপোনাৰ বন্ধু হ'ব নোৱাৰে। সেই দৰে কিছুমান মানুহো এনেকুৱা থাকে ।যিবোৰ আমি চিনি পাব লাগে।


এজন বহুত সত্ পুৰুষ আছিল। তেওঁ সদায় নামাজ পঢ়িছিল। এদিন তেওঁ নামাজ পঢ়িবলৈ লওঁতেই এটা ডাঙৰ সাপ সেই ঠাইতে উলাল।


 সাপটো দেখিও তেওঁ নিজৰ ধ্যান নামাজত ৰাখিবলৈ চেষ্টা কৰিলোঁ। তেওঁ নামাজ পঢ়ি থাকিলে আৰু সেই সাপটোৱে ফেঁট তুলি চাই থাকিল। কিন্তু তাক দেখি লগা নাছিল সি সেই মানুহজনক আঘাত কৰিব।


 কিন্তু যেতিয়া সেই মানুহজন তললৈ হাওলিলে সাপটোও হাওলিলে।ভয়তে মানুহজনে নামাজ আধাতে এৰি সাপটো মাৰি পেলালে। সাপ ,পাগল কুকুৰ,নিগনি, আদিক নামাজ আধাতে এৰি ও মাৰিবলৈ কোৱা হয়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

( Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত



No comments:

Post a Comment

Advertisement

Pages