কাতি বিহুৰ দিনা এই কাম কৰিলে ঘৰলৈ মা লক্ষ্মীৰ প্ৰৱেশ নহয় : Assamese Fact - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Sunday, October 17, 2021

demo-image

কাতি বিহুৰ দিনা এই কাম কৰিলে ঘৰলৈ মা লক্ষ্মীৰ প্ৰৱেশ নহয় : Assamese Fact

 

.com/img/a/

কাতি বিহুৰ দিনা এই কাম কৰিলে ঘৰলৈ মা লক্ষ্মীৰ প্ৰৱেশ নহয়। কাতি বিহুৰ দিনা ভুলটো নকৰিব এই কাম। নহলে মা লক্ষ্মী অসন্তোষ হৈ পৰিব।  ( Assamese Fact )


১/কাতি বিহুৰ দিনা কেতিয়াও দেৰিলৈকে শুই নাথাকিব। ৰাতিপুৱা বহু সোনকালে উঠাৰ চেষ্টা কৰিব। বিশেষ কৰি মহিলাসকলে পুৱা সোনকালে উঠিয়েই স্নান কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি তুলসী তল মুচিব তাৰপাছত তুলসীক উদ্দেশ্যি জল নিবেদন কৰক। বিশেষ কৰি পুৱাই যদি এনে কৰিব পাৰে, তেতিয়া মা লক্ষ্মী খুবেই প্ৰসন্ন হব। 


২/এই বিশেষ দিনত সম্পূর্ণ পজিটিভ চিন্তা দ্বাৰা মাজত থাকিবলৈ চেষ্টা কৰক। এই দিনত জেষ্ঠ্য জনক কেতিয়াও অপমান নকৰিব। পাৰিলে এই দিনত জেষ্ঠ্য জনক সেৱা কৰি আৰ্শীবাদ গ্ৰহণ কৰক। 


৩/এই বিষয়ে দিনত তুলসীৰ তলত প্ৰদীপ জ্বলাই মা লক্ষ্মীক আদৰা হয়। গতিকে এই দিনত দিনৰ ভাগত বা সন্ধ্যা সময়ত কেতিয়াও নুশুৱ। নহলে মা লক্ষ্মী অসন্তোষ হব।  ( Assamese Fact )


৪/এই বিশেষ দিনত কাৰো লগত কাজিয়া বা বিবাদ নকৰিব। আৰু আনকো কৰিবলৈ নিদিব। 


৫/এই বিশেষ দিনত তুলসীৰ আশে পাশে যাতে লেতেৰা আৱৰ্জনাৰে ভৰি নাথাকে। তাৰ প্ৰতি লক্ষ্য ৰাখিব। লগতে চাফ চিকুন কৰি ৰখাৰ চেষ্টা কৰিব। যিহেতু সন্ধ্যা তুলসীৰ তলত ধূপ চাকি, মাহ প্ৰসাদ দি মা লক্ষ্মীক আদৰা হব। (সংগ্ৰহিত)

 ( Assamese Fact )

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


PhotoGrid_1609034312524

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Assamese Fact)

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages