জানো আহক আজৰ ৰাশিফল : Horoscope Today - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Sunday, August 8, 2021

demo-image

জানো আহক আজৰ ৰাশিফল : Horoscope Today

         

PhotoGrid_1625959326733

  ২২শাওণ, ৰবিবাৰ ,ইং ৮ আগষ্ট,২০২১।  ( Horoscope Today )


১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত সন্মান লাভ হব, যদিও সজাগ নহলে আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হব পাৰে, লগতে সজাগ নহলে  আজি বঞ্চিত  হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হব, মনৰ আশা পুৰণ হব, যদিও আজি আপুনি সজাগ নহলে দেহ মনত সামান্য আঘাট  পোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত উৎসাহ বাঢ়িব, ঘৰলৈ আলহীৰ আগমন হব পাৰে, লগতে আজি আপুনি সামাজিক কৰ্মত জৰিত হোৱাৰ  যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম ক্ষেত্ৰত উন্নতি হব,লগতে আজি আপোনাৰ কৰ্মত দ্বাযিত্ব বৃদ্ধিৰ হোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত জ্ঞান  লাভৰ সুযোগ লাভ কৰিব, কৰ্মত সফল হব, লগতে আজি কৰ্মত সজাগ নহলে সামান্য বুদ্ধি নাশ  হোৱাৰ যোগ দেখা যায়।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত প্ৰেমত সামান্য জতিলতা বাঢ়িব, লগতে মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে লগতে মনত সামান্য হতাশাৰ ভাৱ বৃদ্ধি হোৱাৰ  যোগ দেখা যায়। ( Horoscope Today )

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত কৰ্মত সুযোগ লাভ কৰিব, যদিও সজাগ নহলে আপোনাৰ শৰীৰত সামান্য এলাহ বা অৱসাদ ভাৱ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান লাভ হব, ভ্ৰমণৰ সুযোগ লাভ কৰিব, লগতে কৰ্মত শুভ  হোৱাৰ যোগা দেখা যায়।

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত কৰ্মত জনপ্ৰিয়তা লাভ কৰিব,  যদিও আজি সজাগ নহলে আপোনাৰ কৰ্মত সামান্য বুদ্ধি ভ্ৰষ্ট হব পাৰে লগতে আজি আপুনি বিবাদৰ পাৰা আতৰি থাকিব।

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ হব, যদিও সজাগ নহলে আপোনাৰ আজি মনত সামান্য হতাশাৰ ভাৱ বাঢ়িব পাৰে, লগতে আজি মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত মনত সামান্য চিন্তা বাঢ়িব পাৰে, লগতে আজি আপুনি সজাগ নহলে সামান্য ক্ষতি  হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, শত্ৰু নাশ হব, লগতে প্ৰেম আৰু কৰ্মত শুভ হোৱাৰ যোগ দেখা যায়।

পাৰে লগতে ক্ষতি  হোৱাৰ যোগ দেখা যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

PhotoGrid_1607481497035

বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope Today )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages