জানো আহক আজিৰ ৰাশিফল : Horoscope Today - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Monday, August 30, 2021

demo-image

জানো আহক আজিৰ ৰাশিফল : Horoscope Today

PhotoGrid_1627355092933

 

১৩ভাদ ,সোমবাৰ ,ইং ৩০আগষ্ট,২০২১।  ( Horoscope Today )


১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত  কৰ্ম পৰিবৰ্তন হব পাৰে, মৰম চেনেহ লাভ হব যদিও আজি আপুনি সজাগ নহলে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।


২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হব, খেতিয়ক সকলৰ সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে সামান্য ৰাজ ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ আলহীৰ আগমন হব পাৰে, সন্মান লাভ হব, লগতে মনৰ আশা পুৰণ হোৱাৰ  যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত দ্বাযিত্ব বাঢ়িব, মনত আনন্দ বৃদ্ধি হব, লগতে কৰ্মক্ষেত্ৰত আনৰ সহায় সহযোগিতা লাভ হোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত শিক্ষাৰ্থী সকলে জ্ঞান আহৰণৰ সুযোগ লাভ কৰিব, কৰ্মত নতুনকৈ যোগাযোগৰ সুযোগ লাভ হব, লগতে কৰ্মত ক্ষেত্ৰত আনৰ সহায় সহযোগিতা লাভ হোৱাৰ যোগ দেখা যায়।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত কৰ্মত যোগাযোগৰ সুযোগ লাভ কৰিব , কৰ্মক্ষেত্ৰত আনৰ প্ৰসংশা লাভ হব, যদিও আজি আপুনি সজাগ নহলে মনলৈ সামান্য হতাশাৰ ভাৱ বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত কৰ্মত নতুনকৈ যোগাযোগ হব পাৰে, সাহিত্য সেৱাৰ মনোনিবেশ হব, যদিও আজি আপোনাৰ  শৰীৰত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ হব, কৰ্মত সামান্য পৰিশ্ৰম ভাৱ বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে সামান্য মনোমালিন্য  হোৱাৰ যোগা দেখা যায়।

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত প্ৰেমত শুভ হব, যদিও আজি আপুনি কৰ্মক্ষেত্ৰত সজাগ নহলে সামান্য বুদ্ধি ভ্ৰষ্ট হব পাৰে লগতে দেহ মনত সামান্য আঘাট পোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত শুভ বুদ্ধিৰ উদয় হব, যদিও আজি আপুনি সজাগ নহলে মনৰ আশা ভংগ হব পাৰে মনত সামান্য চিন্তা ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত মনত সামান্য চিন্তা ভাৱ বাঢ়িব পাৰে, প্ৰেম আৰু কৰ্মত শুভ হব, লগতে ব্যৱসায়িক দিশত শুভ হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শত্ৰু নাশ হব,উকীল সকলৰ কৰ্মক্ষেত্ৰত শুভ হব যদিও আজি আপুনি সজাগ নহলে বুদ্ধি নাশা হোৱাৰ যোগ দেখা যায়। 


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

PhotoGrid_1607481497035

বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope Today )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages