এনেদৰে কামবোৰ হয় গৈ আছিল!! মানুহে কয় নহয় বেছি পাপ কৰিলে ভগৱানে তাক শাস্তি দিয়ে !!( Assamese Storyboard )
নেহাই বহুতৰ লগত অবৈধ্য সম্পৰ্ক ৰাখিছিল!! লাহে লাহে তাই সেইবোৰ স্বভালীব নোৱাৰা হ'ল!!
নেহাই অশোকক নিজৰ জালত ফঁচাই থৈছিল আৰু তাৰো এটা সীমা আছিল!!
অশোকে তাইক বিয়াৰ বাবে জোৰ কৰিবলৈ ধৰিলে আৰু তাই এতিয়া লৈকে বহুত পইচা ,সোণ আৰু দামী দামী বস্তু তাৰ পৰা প্ৰেমৰ অভিনয় কৰি লৈছিল!!
এতিয়া তাইক যি যি লাগে সকলো পাই গৈছিল আৰু তাই অশোকক এৰিব বিচাৰি আছিল!!
এদিন এটা এনেকুৱা ঘটনা ঘটিল যে তাই অশোকৰ লগত সম্পৰ্ক বিচ্ছেদ কৰি দিলে!!
এদিন অশোকে নেহাক বহুত জোৰ কৰি পাৰ্কলে লৈ গ'ল!!!!
অশোকে নেহাক ক'লে-"আমি বিয়া পাতো ব'লা!! কথাটো শুনি তাই মনে মনে থাকিল!!"আৰু অলপ পাছত ক'লে-"এনেকৈ কেনেকৈ??"
মানে???
মানে মোৰ দেউতা নাই এতিয়াটো মাৰ মতেই সকলো হ'ব!!
অ' হ'ব মই মোৰ মাক-দেউতাক তোমাৰ মা ওচৰলৈ পঠাম!! মই যাৰ লগত বিচাঁৰো মাহঁতে তাৰ লগতে বিয়া পাতিব দিব!!
তাই যাবলৈ ল'লে আৰু সি সুধিলে যে ক'ত যোৱা !!তাই ক'লে-"নগ'লে মাক কেনেকৈ কম!!"
অশোকৰ বহুত স্ফূৰ্তি লাগিল!!
তাৰ মাক-দেউতাক যোৱা কথা আছিল আৰু সি আনন্দতে মতলীয়া হৈ আছিল!!( Assamese Storyboard )
তেতিয়াই নেহাৰ ফোন আহিল!! অশোক মোৰ গাঁৱৰ সম্পৰ্কীয় এগৰাকী মানুহ ঢুকাল সেইকাৰণে আমি গাঁৱলৈ যাব লাগিব আৰু আমি বিয়া পাতিব নোৱাৰোঁ!!
অশোকে ক'লে-"এইবোৰ কি হৈ গ'ল মইয়ো যাম তোমালোকৰ লগত মই গ'লে ভাল পাব চাগে!!"
নাই নাই নালাগে সেই খন গাওঁ আৰু তাত বিয়াৰ আগত ল'ৰা ছোৱালীয়ে লগ নকৰে !! মানুহবোৰে যিটি বদনাম উলিয়াব!!"
অশোকে মন মাৰি ক'লে-"হ'ব গৈ পালে ফোন কৰিবা!!"
তাৰ পাছত তাই সকলোকে ক'লে-"মই গাঁৱৰ পৰিৱেশত দুদিন মান থাকিব বিচাৰো মই গাঁৱলৈ যাওঁ!!
গাওঁলৈ গৈ তাই সেউজীয়া পৰিৱেশবোৰ চাই বৰ ভাল পাইছিল আৰু বৃস্তিক লৈ ঘৰৰ পৰা উলাই গৈ নিৰ্জান ঠাইত গিটাৰ বুজাইছিল!!
এদিন তেনেকৈ গিটিৰ বজাই থাকোতে মনোজক লগ পাইছিল আৰু প্ৰথম চাৱনিতে বৃ্স্তিয়ে মনোজক ভাল পাই পেলাইছিল!!
যেতিয়া নেহাই মনোজক খঙত কথা কৈছিল তাইৰ দুখ লাগিছিল আৰু তাই মনোজৰ লগত হাঁহি হাঁহি কথা পাতিছিল!!
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - www.মোহময়ী-হত্যাকাৰী.in
(ধাৰাবাহিক খন প্ৰতি দিনে দিনৰ ঠিক ১২ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup



No comments:
Post a Comment