এগৰাকী সুন্দৰী, তিনিটা ৰহস্যময় হত্যাকাণ্ড ( খণ্ড ২৪ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Tuesday, August 31, 2021

demo-image

এগৰাকী সুন্দৰী, তিনিটা ৰহস্যময় হত্যাকাণ্ড ( খণ্ড ২৪ ) : Assamese Storyboard

202108061628231306665

 

ঘৰলৈ আহি বৃস্তিয়ে মনোজৰ কথা ভাল ভালকৈ ক'লত নেহাই ক'লে-" সি তোক চকু তুলি চোৱা নাছিল আৰু তই তাৰ সপোন দেখিব নালাগে!!( Assamese Storyboard )


তাই আকৌ এবাৰ আঘাত পাইছিল তাইৰ কথাবোৰ শুনি!!


নেহাই মনোজক  পাহৰি গৈছিল!! কিন্তু বৃস্তিয়ে তাক পাহৰিব পৰা নাছিল!!


 তাইৰ মনোজক দেখি এনেকুৱা লাগিছিল যেন তাই বহুত আগৰ পৰাই মনোজক চিনি পায়!!


তাই ভগৱানক প্ৰাৰ্থনা কৰিছিল যাতে মনোজক আকৌ লগ পায়!! সঁচা ভাল পোৱা চিন আছিল চাগে তাই মনোজক লগ পালে!!


প্ৰথমবাৰ বৃস্তিৰ মাক -দেউতাকে মনোজক দেখি  বহুত ভাল পাইছিল আৰু তাৰ লগত বৃস্তিক বিয়া দিয়াৰ কথা ভাবিছিল!!


নেহাৰ মাকে তাইৰ অবৈধ্য সম্পৰ্ক কথা গম পালে আৰু তাইক খঙ কৰি বহুত গালি দিলে!! তই জন্ম কিয় হৈছিলি !!


এতিয়া আৰু মই তোক বিয়া সোনকাল দি দিম!!


নেহাই খঙ কৰি মাকক ক'লে-"মাকেই  নিজৰ ছোৱালীক ভাল শিক্ষা দিয়ে !! তুমি মোক নিদিলা যাৰ কাৰণে এইবোৰ হৈছে!!


তাইৰ কথা শুনি মাকৰ অৱস্থা বেয়া হৈ পৰিল আৰু তাই বৃস্তিহঁতক খবৰ দি মাতিলে!!


তেওঁলোকে মাকক চাবলৈ আহিল আৰু তেওঁৰ ব্যৱহাৰ দেখি তাৰ পৰা গুচি গ'ল!!


তাৰ পাছত সিহঁতি গুৱাহাটীতে থাকিবলৈ খাটাং কৰিলে আৰু ঘৰ আৰু চাকৰি পায় তাতে থাকিলে!!( Assamese Storyboard )


কেইদিনমানৰ পাছত মনোজকো তাই আকৌ লগ পালে আৰু তাইৰ মাক-দেউতাকে নিবিৰক মাতি মনোজ আৰু বৃস্তি বিয়া কথা ক'লে!!


 বিয়া ঠিক কৰিবলৈ মনোজৰ ঘৰলৈ যাওঁতে মাক-দেউতাকহঁতে সিদিনা আঙুঠি পিন্ধোৱা পাতি দিলে !!


তাৰ পাছত তাৰ পৰা যাবলৈ লওঁতে পুলিচ আহি মনোজক থানালৈ লৈ গ'লত বৃস্তিয়ে বহুত খঙ কৰিলে !!



 যেতিয়া তাই গম পালে যে  নেহাৰ কাৰণে এইবোৰ হ'ল তাই খঙতে বিষ হাতৰ মুঠিত লৈ নেহাক মাৰিবলৈ উলাই গ'ল!!  


কিন্তু তাত গৈ তাই ৰক্তিমৰ কথা শুনি নেহাক নামাৰি ৰক্তিমৰ গাড়ীত মনে মনে সোমাই গ'ল আৰু আন্ধাৰৰ সুযোগ লৈ ৰক্তিমৰ ঘৰত সোমাল!!!



তাৰ পাছত তাই ৰুমত সোমোই থাকি সুযোগ বুজি ৰক্তিমৰ গিলাচত বিষ মিলাই গুচি আহিল!!


এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - www.মোহময়ী-হত্যাকাৰী.in


(ধাৰাবাহিক খন প্ৰতি দিনে দিনৰ ঠিক ১২ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…



PhotoGrid_1625978901013

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল । 
( Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


Advertisement

Pages