সকলোৰে নাকৰ আকৃতি বা গঠন বেলেগ বেলেগ হয়। আজি আমি আপোনালোকক কম যে কেনেকৈ আপোনালোকে নিজৰ নাকৰ আকৃতিৰ পৰা নিজৰ স্বভাৱ আৰু ব্যক্তিত্ব বিষয়ে জানিব পাৰে।( Assamese Fact )
হয়তো বহু মানুহে শুনিছে যে পৃথিৱীত একেটা চেহেৰাৰে ৭ জন ব্যক্তি থাকে। এই কথাটো কিমান সত্য সেইটো জানিব পৰা নাযায়। কিন্তু আপুনি দেখিছে চাগে আমাৰ নাক,ওঁঠ আদি শৰীৰৰ অংগবোৰ আমাৰ ব্যক্তিত্ব কেনেকুৱা হ'ব তাক নিৰ্ধাৰণ কৰে। আজি আমি আপোনালোকক কম যে কেনেকৈ আপোনালোকে নিজৰ নাকৰ আকৃতিৰ পৰা নিজৰ স্বভাৱ আৰু ব্যক্তিত্ব বিষয়ে জানিব পাৰে। তেতিয়া হ'লে জানো আহঁক বেলেগ বেলেগ আকৃতিৰ নাকৰ ব্যক্তিৰ ব্যক্তিত্বৰ বিষয়ে-/p>
১ঃ
যদি কোনো ব্যক্তিৰ নাকৰ আকৃতি ওপৰৰ পৰা তললৈ সমান হয় তাৰ অৰ্থ হ'ল- আপোনালোকে দেখিছে চাগে সকলো ব্যক্তিৰে নাকৰ আকৃতি বেলেগ বেলেগ। কিন্তু যদি কোনো ব্যক্তিৰ নাকৰ আকৃতি ওপৰৰ পৰা তললৈ সমান হয় তেওঁলোক বহুত বুদ্ধিয়ক হোৱাৰ লগতে আনৰ বাবে প্ৰেৰণা প্ৰতীক হয়। এওঁলোক বহুত দক্ষ ব্যক্তি হয় আৰু নিজৰ ভাৱনাবোৰ বেলেগৰ আগত সোনকালে ব্যক্ত নকৰে।২ঃ
যদি কোনো ব্যক্তিৰ নাক ওপৰৰ আৰু তলৰ অংশ খিনি সমান হয় কিন্তু মাজত অলপ উঠা হয়। এওঁলোকে কোনো কাম ধৈৰ্য আৰু শান্তিৰে নকৰে । লগতে কোনো নিৰ্ণয় ভাবি চিন্তি নলয় । এওঁলোক নেতৃত্ব বহন কাৰী হয় লগতে এওঁলোকৰ খঙ কম উঠে।৩ঃ
যদি কোনো ব্যক্তিৰ নাক মাজতে সোমোৱা আৰু তললৈ আহি আকৌ ওপৰলৈ যোৱা নিচিনা তেওঁলোক বহুত ধৈৰ্যশীল , কোমল আৰু অলপতে দুখ পোৱা স্বভাৱৰ হয় আৰু ধৈৰ্যৰে কাম কৰে। এওঁলোকে বেলেগৰ দুখ চাব নোৱাৰে।৪ঃ
এতিয়া আমি জানো আহঁক চেপেটা নাকৰ ব্যক্তিৰ ব্যক্তিত্বৰ বিষয়ে- এওঁলোকৰ যদি কোনো কথাত খঙ উঠে বহুত বেয়াকৈ এওঁলোকে খঙ কৰা দেখা যায়। তাৰ পিছত এওঁলোকক কোনেও একো ক'ব নোৱাৰা হৈ যায়। কিন্তু এওঁলোকে সদায় বেলেগক সহায় কৰিবলৈ আগবাঢ়ি আহে।( Assamese Fact )৫ঃ
ওপৰলৈ উঠা নাকৰ ব্যক্তিয়ে কোনো সমস্যা হ'লে তাক সহজতে সমাধান কৰি লয়। এওঁলোকৰ মনত এক বেলেগ প্ৰকাৰৰ শক্তি থাকে। এওঁলোকে পৃথিৱীত চলি থকা সকলো খবৰ বা ঘটনাৰ বিষয়ে জানিব বিচাৰে। এওঁলোকৰ প্ৰতি মানুহ সোনকালেই আকৰ্ষিত হয় আৰু এওঁলোকে সাধাৰণভাৱে জীয়াই থাকি ভাল পায়।৬ঃ
দীঘলীয়া নাকৰ ব্যক্তিসকলৰ বিষয়ে কোৱা হয় যে এওঁলোকক কোনেও তলত দবাই ৰাখিব নোৱাৰে আৰু এওঁলোকক যদি কিবা কাম কৰাব খোজে তেতিয়া সিহঁতক আগস্থান দিব লাগিব। এওঁলোকে স্বতন্ত্ৰ ভাৱে জীয়াই থাকি ভাল পায়।৭ঃ
ওপৰলৈ উঠা আৰু দীঘলীয়া নাকৰ ব্যক্তিসকলৰ চিন্তা চৰ্চা বহুত ভাল হয় আৰু যদি এওঁলোকে ব্যৱসায় কৰে তাক বহুত ওপৰলৈ উঠাই নিব পাৰে। লগতে এওঁলোকে কিবা সমস্যা হ'লে সহজতে সমাধান কৰিব পাৰে।(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
বিঃদ্ৰঃ নিতৌ প্ৰকাশিত ধাৰাবাহিক সমূহ পূৰ্বৰ সময়তে প্ৰকাশ পাব,ধন্যবাদ।











No comments:
Post a Comment