ঘৰখনত সুখ-সমৃদ্ধিৰ বাবে জানি লওক এইটো নিয়ম : Religious Studies - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Friday, July 23, 2021

demo-image

ঘৰখনত সুখ-সমৃদ্ধিৰ বাবে জানি লওক এইটো নিয়ম : Religious Studies

PhotoGrid_1627010067487

শাওন মাহৰ যিকোনো এটা সোমবাৰে এই কাম কৰিলেহে, মহাদেৱৰ আৰ্শীবাদ পাব। ( Religious Studies )

PhotoGrid_1626839291204

প্ৰবিত্ৰ শাওন মাহটি, মহাদেৱ শিৱ লিংগতে বিৰাজমান হৈ থাকে। সেয়হে এই প্ৰৱিত্ৰ শাওন মাহটিত যদি মহাদেৱক একান্ত বিশ্বাসেৰে পূজা অৰ্চনা কৰা হয়, তেতিয়া হাজাৰ গুণ মহাদেৱৰ  আৰ্শীবাদ লাভ কৰিব। এই শাওন মাহত হাজাৰ হাজাৰ ভক্তই, গংগাজল, পঞ্চামৃত, গাখীৰ আদি দি শিৱ লিংগত পূজা কৰে। মহাদেৱৰ পৰা আৰ্শীবাদ লাভৰ বাবে। ( Religious Studies )


সেয়হে শাওন মাহৰ যিকোনো এটি সোমবাৰে আপুনিও এই বস্তু আনি, এই কামটো কৰিলে মহাদেৱৰ মংগল বাৰ্তা লাভ কৰিব। যাৰ ফলত ভাগ্য সলনি হব। সকলোৱে দেখিছে শাওন মাহৰ প্ৰত্যেক সোমবাৰে হাজাৰ হাজাৰ ভক্তই শিৱ লিংগত, গাখীৰ, মৌ, ঘি, বেলপাত, আদিৰে অভিষেক কৰে। আৰু সেই শিৱ লিংগৰ পৰা বৈ অহা অভিষেক জল এটি পাত্রত ভৰাই আনি, ঘৰৰ চাৰিওফালে যদি চটিয়াই দিব পাৰে, তেন্তে ইয়াৰ দ্বাৰা ঘৰৰ অমংগলবোৰ দূৰ হৈ যায়।


আৰু লগতে ঘৰখনে সুখ শান্তিৰে ভৰি পৰে। সেয়হে শাওন মাহৰ যিকোনো এটি সোমবাৰে, শিৱ লিংগৰ পৰা বৈ অহা অভিষেক জল, ঘৰলৈ আনি সেই কামটো কৰিলে অত্যন্ত মংগল হব। ঘৰলৈ সুখ শান্তি আহিব। ঘৰৰ আৰ্থিক অৱস্থা টনকিয়াল হব। ঘৰলৈ আহিব খোজা ভয়ংকৰ বিপদো আঁতৰ হব।

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


PhotoGrid_1609034312524

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages