আজিৰ ৰাশিফল : Horoscope Today - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Sunday, July 11, 2021

demo-image

আজিৰ ৰাশিফল : Horoscope Today

       

PhotoGrid_1625959326733

  ২৬আহাৰ, ৰবিবাৰ ,ইং ১১ জুলাই,২০২১।  ( Horoscope Today )

glass-signs-of-the-zodiac-3236784_640
মেষ

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, যদিও আজি মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে লগতে আজি শত্ৰুৰ পৰা সাৱধান হব। 

  

glass-signs-of-the-zodiac-3236798_640
বৃষ

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সাহিত্য সেৱাত মনোনিবেশ হব, যদিও সজাগ নহলে গৃহত সামান্য অশান্তি বাঢ়িব পৰে লগতে মনত সামান্য বিষণ্ণতা ভাৱ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।



glass-signs-of-the-zodiac-3236775_640
মিথুন

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত বন্ধুৰ সহায় লাভ হব, প্ৰেমত শুভ হব, যদিও মনত সামান্য খংঙ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।  


Horoscope Today

glass-signs-of-the-zodiac-3236781_640
কৰ্কট

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব, মনত আনন্দ বাঢ়িব, যদিও সজাগ নহলে কৰ্মত সামান্য বিৰোধীতাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।



glass-signs-of-the-zodiac-3236780_640
সিংহ

৫. সিংহ ৰাশি : জাতক জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়ত ঊন্নতি হব, লগতে প্ৰেম আৰু কৰ্মত শুভ হোৱাৰ যোগ দেখা যায়।



glass-signs-of-the-zodiac-3236777_640
কন্যা

৬. কন্যা ৰাশি - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত ভ্ৰমণত সুখ বৃদ্ধি হব, প্ৰেমত শুভ হব, যদিও সজাগ নহলে মাতৃৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি পোৱাৰ যোগ দেখা যায়।

Horoscope Today


glass-signs-of-the-zodiac-3236771_640
তুলা

৭. তুলা ৰাশি -  তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত মনত সাহস বাঢ়িব, ভ্ৰমণৰ সুযোগ লাভ হব, যদিও সজাগ নহলে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।  



glass-signs-of-the-zodiac-3236791_640
বৃশ্চিক

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত অৰ্থ আগমন বাঢ়িব, ভ্ৰমণৰ সুযোগ লাভ কৰিব, লগতে শত্ৰুৰ পৰা সাৱধান হোৱাৰ যোগ দেখা যায়।


glass-signs-of-the-zodiac-3236796_640
ধনু

৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত সঞ্চয় বৃদ্ধি হব, শুভ সংবাদ লাভ হব, যদিও সজাগ নহলে কৰ্মত সামান্য জতিলতাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায় ।


Horoscope Today


glass-signs-of-the-zodiac-3236779_640
মকৰ

১০.  মকৰ ৰাশি  -  মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম দক্ষতা বাঢ়িব, যদিও সামান্য ব্যয় বৃদ্ধি  হোৱাৰ  যোগ দেখা যায়।


glass-signs-of-the-zodiac-3236774_640
কুম্ভ

১১. কুম্ভ ৰাশি -  কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত যশস্যা বাঢ়িব, যদিও সজাগ নহলে সামান্য ক্ষতি হব পাৰে লগতে ভ্ৰমণ বা যাত্ৰাত সামান্য জতিলতাৰ সন্মুখীন  হোৱাৰ যোগ দেখা যায়।


glass-signs-of-the-zodiac-3236790_640
মীন

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হব, যদিও সজাগ নহলে বন্ধু তথা আত্মীয় পৰিয়ালৰ লগত সামান্য মনোমালিন্য হব পাৰে লগতে ক্ষতি  হোৱাৰ যোগ দেখা যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

PhotoGrid_1607481497035

বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope Today )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages