কোনকেইটা ৰাশিৰ ছোৱালীয়ে ধন সম্পত্তিৰে এখন ঘৰ তথা স্বামী পায় : Assamese Fact - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Sunday, July 25, 2021

demo-image

কোনকেইটা ৰাশিৰ ছোৱালীয়ে ধন সম্পত্তিৰে এখন ঘৰ তথা স্বামী পায় : Assamese Fact

PhotoGrid_1627289076539


প্ৰতি গৰাকী যুৱতীয়েই বিচাৰে যে তাইৰ স্বামী যাতে ভাল আৰু ধনৱান হয়। যিয়ে তাইক বহুত মৰম কৰিব আৰু তাইৰ ভাৱনা বোৰ বুজি পাব।( Assamese Fact )

জীৱনত প্ৰেমেই সকলো নহয়। বাস্তৱত চাবলৈ গলে জীৱন কটাবলৈ ধনৰ বহুত মহত্ব আছে। তেনেস্থলত যদি ছোৱালীয়ে এজন ধনী স্বামী বিচাৰে তাত কোনো ভুল নাই। যেতিয়াই বিয়াৰ কথা আৰম্ভ হয় তেতিয়া ছোৱালীজনীয়ে তেওঁৰ হবলগা সংগী জনৰ গুণৰ লগতে টকা পইচাও চাই। তাৰ মাজতে বহুত ছোৱালী ভাগ্যবান থাকে যিয়ে বহুত ধনী স্বামী পায় আৰু গোটেই জীৱন আৰামত কটাই। ভাল আৰু ধন সম্পত্তিৰ গৰাকী পোৱাটো জ্যোতিষ শাস্ত্ৰৰ বহুত দৰকাৰ । হয়তো আপোনালোকে লক্ষ কৰিছে যে বহুত ছোৱালীয়ে সহজতেই ধনী লৰা এজনৰ লগত বিয়া হৈ গুচি যায়। আৰু কিছুমান ছোৱালীয়ে তেনেকোৱা দৰা বিচাৰিয়ে নাপায়।


এইকেইটা ৰাশিৰ ছোৱালীয়ে ধন সম্পত্তিৰে এখন ঘৰ তথা স্বামী পায়- 

১/  "মেষ ৰাশি" যিসকল ছোৱালীৰ মেষ ৰাশি হয় সেইবোৰ ছোৱালী বহুত ভাগ্যবান হয়। এই ৰাশিৰ ছোৱালীবোৰে স্বামীৰ পৰা মৰম ভালপোৱাৰ লগতে বহুত টকা পইচা ও পায়। এইসকল ছোৱালীৰ স্বামী বহুত যত্নবান স্বভাৱৰ হয় আৰু পত্নীৰ সকলো সৰু ডাঙৰ ইচ্ছা পূৰণ কৰে।( Assamese Fact )

২/ " মিথুন ৰাশি" এইটো ৰাশিৰ ছোৱালীবোৰৰ ভাগ্যত ও বহুত ধনী আৰু ভাল স্বামী লিখা থাকে। এই ৰাশিৰ ছোৱালীবোৰৰ স্বামীয়ে তেওঁলোকৰ ভাবনাবোৰৰ সন্মান কৰে তথা পত্নীৰ সকলো সপোন পূৰণ কৰে। এইসকল ছোৱালীয়ে শহুৰৰ ঘৰত ৰাজ ৰাণীৰ দৰে থাকে।


৩/ " তুলা ৰাশি" এইটো ৰাশিৰ ছোৱালীয়েও ধনী স্বামী পায়। স্বামী টকাৰ ফালৰ পৰা ধনী হোৱাৰ উপৰিও গোটেই পৰিয়ালটো সমৃদ্ধ হয়। এইসকল ছোৱালীৰ স্বামী সদায় নিষ্ঠাবান হয়  আৰু কেতিয়াও নঠগে। তেওঁলোক নিজৰ পত্নীৰ প্ৰতি সদায় নিষ্ঠাবান আৰু এইটো ৰাশিৰ ছোৱালীয়ে সদায় স্বামীয়ে পত্নীক মৰম কৰাহে পোৱা যায়।

৪/ "কুম্ভ ৰাশি" এইটো ৰাশিৰ ছোৱালীবোৰৰ স্বামীও ধন সম্পত্তিৰে সমৃদ্ধ হয় আৰু পত্নীৰ সকলো ইচ্ছা পূৰণ কৰে। তেওঁলোক নিজৰ পত্নীৰ প্ৰতি সদায় নিষ্ঠাবান।


৫/ "কন্যা ৰাশি" যিসকল ছোৱালীৰ কন্যা ৰাশি হয় তেওঁলোকৰ স্বামী বহুত সজাগ আৰু ধনবান হয়। যিয়ে নিজৰ পত্নীক বহুত মৰম কৰে আৰু কেতিয়াও পত্নীৰ পৰা আঁতৰি নাযায়। এইটো ৰাশিৰ দুষ্ট স্বভাৱৰ ছোৱালীয়েও বহুত ধনী স্বামী পায়। তেওঁলোকক স্বামীয়ে মহাৰাণী বনাই থয় আৰু পত্নীৰ সকলো জিদ আৰু ইচ্ছা পূৰণ কৰে।

উৎস - ইণ্টাৰনেট


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

( Assamese Fact )

PhotoGrid_1625978901013

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24

No comments:

Post a Comment

Advertisement

Pages