আজিৰ ৰাশিফল - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, December 13, 2020

আজিৰ ৰাশিফল

 


শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:                        ২৭ আঘোণ , দেওবাৰ,ইং ১৩ডিচেম্বৰ ২০২০। 

সূৰ্য্যোদয় ঘ:৬/৬/৩৩সূৰ্য্যাস্ত ঘ:৪/২৯/২৯


ৰাশি -  বৃশ্চিক ৰাশি।

তিথি - কৃষ্ণা চতুৰ্দশী।ৰা: ঘ:১২/৪৫/৩৫ লৈ।

নক্ষত্ৰ  - অনুৰাধা ।ৰা:ঘ: ১/৪০ /৩৭ লৈ।

আদ্যঋতু হলে - প্ৰতিহীনা যোগ।

যাত্ৰা :- পশ্চিম দিশত নাই । ৰা:ঘ:১২/৪৫ /৩৫  যোৱাত ঈশান কোনত নাই।

যোগিনী :- পশ্চিম দিশত  । ৰা:ঘ:১২/৪৫ /৩৫  যোৱাত ঈশান কোনত ।

মৰণত দোষ:- দ্বিপদ।ৰা:ঘ:১২/৪৪/৩৫ যোৱত এপদ।

ভক্ষাভক্ষ্য :-  মাছ মাংস খোৱা নিষেধ । 


১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত কৰ্মত শুভ হব, ধন লাভ হব, যদিও সজাগ নহলে ভ্ৰমনত সামান্য কষ্ট হোৱাৰ যোগ দেখা যায় ।  

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত আত্মীয়ৰ আগমন হব, প্ৰেম আৰু কৰ্মত শুভ যদিও ব্যৱসায়ত সজাগ নহলে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত আয় বাঢ়িব, যদিও কৰ্মত সজাগ নহলে সামান্য কষ্ট পোৱাৰ হোৱাৰ  যোগ দেখা যায়‌।

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধুৰ আগমন হব যদিও সজাগ নহলে মনত সামান্য অশান্তি ভাৱ বাঢ়িব পাৰে লগতে সামান্য আৰ্থিক সমস্যাৰ সন্মুখীন হোৱাৰ যোগ  দেখা যায়।

৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত ভয় ভাৱ বাঢ়িব পাৰে লগতে কৰ্মত সজাগ নহলে সিদ্ধান্ত গ্ৰহণত সামান্য খেতি মেলি হব পাৰে, লগতে আয় উপাৰ্জন সামান্য হ্ৰাস হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত সামাজিক কৰ্মত মনোনিবেশ হোৱাৰ সুযোগ লাভ কৰিব, উত্তম ভোজন লাভ হব, লগতে মনট  উদাৰতা ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত প্ৰেমত শুভ হব, মনত সামান্য চঞ্চলতা ভাৱ বাঢ়িব পাৰে যদিও কৰ্মত সজাগ নহলে শত্ৰু ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত শুভ হব,মনত সাহস বাঢ়িব, মনত নতুন আশাৰ সঞ্চাৰ হব  যদিও কৰ্মত সজাগ নহলে   ক্ষতি হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত শুভ বুদ্ধিৰ উদয় হব, শত্ৰু জয় হব, লগতে মনত শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সজাগ নহলে যাত্ৰাত বা ভ্ৰমনত জতিলতা বাঢ়িব পাৰে, সামান্য ব্যয় বাঢ়িব পাৰে ,লগতে কৰ্মত সজাগ নহলে বিপদৰ সন্মুখীন  হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সক আজি দিনটোত আয় /উপাৰ্জন বাঢ়িব, ধন আৰু সন্মান লাভ হব, লগতে প্ৰেমত শুভ যোগ দেখা যায়। 

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ হব, কৰ্মব্যস্ততা বাঢ়িব, লগতে কৰ্মত সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো বিশেষ লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages