অসমৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰতিষ্ঠিত ব্যক্তি আৰু জনপ্ৰিয় প্ৰতিষ্ঠানক "News18 Assam & North East" সংবাদ গোষ্ঠীৰ "ঐক্যতান বঁটা" আগবঢ়াই অভিনন্দন জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
"অসমৰ আৰ্থ-সামাজিক উত্তৰণৰ দিশত কাম কৰি যাবলৈ এই পদক্ষেপে বিভিন্নজনক উৎসাহিত কৰিব বুলি আশা ৰাখিছোঁ" বুলি মত পোষণ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে।
এই অনুষ্ঠানত উপস্থিত আছিল বহু কেইগৰাকী গণ্য-মান্য ব্যক্তি।





No comments:
Post a Comment