৭০ৰ উৰ্দ্ধৰ আইতা হঁতৰ লুডু খেল এতিয়া ছ'চিয়েল মিডীয়াত হৈ পৰিছে খোবেই ভাইৰেল। গুৱাহাটী হাতীগাওঁ স্থিত "মাদাৰ অ'ল্ড এজ হ'ম" নামৰ বৃদ্ধাশ্ৰম খনৰ মৰম লগা আইতা কেইগৰাকীৰ এই বিশেষ ভিডীঅ' দেখিলে আপুনিও হৈ পৰিব নষ্টালজিক।তলত সেই সুন্দৰ ভিডীঅ'টো।
No comments:
Post a Comment