সুপ্ৰভাত…আপোনালোকৰ দিনটো মংগল হোৱাৰ কামনাৰে ৰামভক্ত বীৰ হনুমানৰ এভাগী সুন্দৰ প্ৰতিমূৰ্তিৰ ছবি আপোনালোকলৈ আগ বঢ়ালো। চাওঁক অসমৰ এভাগী ঐতিহ্যমণ্ডিত পঞ্চমুখী হনুমান মন্দিৰৰ এটি বিশেষ ভিডীঅ'। "জয় শ্ৰী ৰাম…জয় হনুমান"
No comments:
Post a Comment