"আজিৰ আকৰ্ষণ"ত ভাগ্যশ্ৰী।
এই শিতানত আপুনিও ছবি প্ৰকাশ কৰিবৰ বাবে আবেদন জনাব বিছাৰে যদি এই প'ষ্টটোৰ কমেন্তত A লিখক।যদি আবেদকাৰীৰ ফেচবুক একাউন্তত এই শিতানত প্ৰকাশ কৰিব পৰাকৈ উচ্চ মানদণ্ডৰ ছবি মজুত আছে।তেন্তে আমাৰ দ্বাৰা তেওঁৰ একাউণ্টৰ পৰা চাৰিখন আকৰ্ষণীয় ছবি সংগ্ৰহ কৰি নিশ্চয় এই শিতানত প্ৰকাশৰ বাবে নিৰ্বাচিত কৰা হব।
যিহেতু প্ৰতিদিনেই আমাৰ এই শিতানত ছবি প্ৰকাশৰ বাবে বহু জনে আবেদন জনাই আহিছে।সেয়ে আজি আবেদন জনোৱা সকলৰ ছবি প্ৰকাশত কিছু পলম হব,সেয়ে কিছু অপেক্ষা কৰে যেন।
লগতে আপোনালোকক জনাই দিব বিছাৰো যে, আমাৰ এই গ্ৰুপত বিশ্বৰ ১০০ত কৈও অধিক দেশৰ লোক জড়িত হৈ আছে।সেয়ে এই শিতানৰ যোগেদি অসমৰ তথা আমাৰ গ্ৰুপতটোত জড়িত যুৱতী-মহিলা সকলক তেওঁলোকৰ সৌন্দৰ্য্য বিশ্ববাসীৰ আগত প্ৰকাশ কৰাৰ এক সুবিধা প্ৰদান কৰা হৈছে।গতিকে এই সুবিধা আপুনিও নিশ্চয় গ্ৰহন কৰক, ধন্যবাদ।
বিঃদ্ৰঃ প্ৰতিটো প'ষ্টৰ পৰা দুগৰাকীকৈ আবেদনকাৰী নিৰ্বাচিত কৰা হয়।সেয়ে যদিহে এবাৰ আবেদন কৰাত আপোনাৰ ছবি প্ৰকাশ নেপায় তেন্তে পুনৰবাৰ আবেদন জনাবলৈ আহ্বান জনোৱা হল।





No comments:
Post a Comment