খেলো ইণ্ডিয়াত অসম কন্যাৰ প্ৰথমটো স্বৰ্ণপদক - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, January 12, 2020

খেলো ইণ্ডিয়াত অসম কন্যাৰ প্ৰথমটো স্বৰ্ণপদক


খেলো ইণ্ডিয়াত অসম কন্যাৰ প্ৰথমটো স্বৰ্ণপদক।জুডুৰ ৫৭ কেজি শাখাত স্বৰ্ণ জয়েৰে সমগ্ৰ অসম বাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে কাৰ্বি আংলংৰ পূজা বসুমতাৰীয়ে।উল্লেখ্য যে চুড়ান্ত খেল খনত পূজাই ১-০ পইন্টৰ ব্যৱধানত পৰাস্ত কৰে উত্তৰাখণ্ডৰ প্ৰতিযোগী।

No comments:

Post a Comment

Advertisement

Pages