আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, January 6, 2024

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

         Horoscope Today


🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞 

 ২০ পুহ, শনিবাৰ  ইং ৬ জানুৱাৰী ২০২৪ । 

( Horoscope Today )


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত আনৰ সহায় সহযোগিতা মাজেৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, বিবাহিত ব্যক্তি সকলে পাৰিবাৰিক সুখ শান্তি লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য ধন ক্ষয় হোৱাৰ যোগ দেখা যায়।


২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা আজিৰ দিনটোত কৰ্মত সামান্য অশান্তিৰ সৃষ্টি হ'ব পাৰে, ছোৱালী সকলে মনত সামান্য দুখ পাৱলগীয়া হ'ব পাৰে, লগতে আজি আপোনাৰ সন্মান হানী হ'ব পৰা কৰ্মৰ পৰা আতৰি  থাকিবলৈ চেষ্টা কৰিব।


৩. *মিথুন ৰাশি*(ক,ছ):-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত আপোনাৰ কৰ্মৰ দ্বাৰা আনৰ প্ৰিয়পাত্ৰ হ'ব পাৰিব, সন্মান বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ'ব পাৰিব, ছাত্ৰ- ছাত্ৰী ব্যস্ততা বাঢ়িব, লগতে আজি আপোনাৰ উপাৰ্জন বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত নজনা কথা শিকিবলৈ পাৰিব, কৰ্মত সিদ্ধি লাভ কৰিব, লগতে আজি আপোনাৰ মনত সুখ -শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, ব্যৱসায় বানিজ্য শুভ বুলি কব পাৰি, আনৰ সহায় সহযোগিতা মাজেৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব যদিও আজি আপুনি কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাল হ'ব। ( Horoscope Today )



Horoscope Today


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত ঘৰুৱা কৰ্মত সুখ- শান্তি বাঢ়িব , নতুন প্ৰেমৰ আৰম্ভণি হ'ব পাৰে, যদিও আজি আপোনাৰ মনত কষ্ট পাৱলগীয়া কৰ্মৰ পৰা আতৰি থাকিবৈ চেষ্টা কৰিব।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশটো টনকিয়াল হ'ব, সন্মান বাঢ়িব, উকীল আৰু পুলিচ প্ৰশাসনৰ লগত জড়িত ব্যক্তি সকলৰ সুনাম বাঢ়িব, লগতে আজি আপোনাৰ সঞ্চয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, ছাত্ৰ-ছাত্ৰী সকলৰ ব্যস্ততা বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে দেহ- মনত সামান্য অৱসাদ ভাৱ বৃদ্ধি‌ হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত প্ৰকৃতিৰ প্ৰতি মৰম ভালপোৱা বাঢ়িব, সঞ্চয় বাঢ়িব, লগতে আজি আপোনাৰ আনন্দ মনে দিনটো পাৰ হোৱাৰ যোগ দেখা যায়।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত উত্তম খাদ্য গ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপোনাৰ সামান্য ব্যয় বাঢ়িব পাৰে, লগতে আজি আপুনি সজাগ নহ'লে আবেলি পৰত কৰ্মত সামান্য বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনত নতুন আশাৰ সঞ্চাৰ হ'ব, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ'ব পাৰিব ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলে ৰাজনৈতিক সা-সুবিধা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে সামান্য সঞ্চিত ধন ক্ষয়  হোৱাৰ যোগ দেখা যায়।( Horoscope Today )


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205  ( Horoscope Today )

No comments:

Post a Comment

Advertisement

Pages