আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, January 11, 2024

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

  Horoscope Today


🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 

২৫ পুহ, বৃহস্পতিবাৰ ইং ১১ জানুৱাৰী ২০২৪ । ( Horoscope Today )

 ১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত কৰ্মত শুভ বুলি কব পাৰি, প্ৰেমত শুভ হ'ব, শিল্পী সকলৰ আজি সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনোমালিন্য বা বিবাদৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।


২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা আজিৰ দিনটোত কৰ্মত সিদ্ধি লাভ কৰিব, বিবাহিত ব্যক্তি সকলে সন্তানৰ সুখ শান্তি লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে সামান্য খৰচ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৩. *মিথুন ৰাশি*(ক,ছ):-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত মনত উৎসাহ বাঢ়িব, আৰ্থিক দিশটো টনকিয়াল হ'ব, সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য ভ্ৰমণত কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত শত্ৰু নাশ হব, ভ্ৰমণত শুভ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য আয় - উপাৰ্জন হ্ৰাস হোৱাৰ যোগ দেখা যায়। 


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত মনটো সামান্য চঞ্চল হ'ব, কৰ্মত ধৰ্য্য শক্তি হ্ৰাস পাৱ, সৰু-সুৰা কথাই আপোনাৰ মনত সামান্য কষ্ট দিব পাৰে, লগতে আজি আপোনাৰ দ্ৰব্য হানি হোৱাৰ যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, আনন্দ মনে দিনটো পাৰ হ'ব, লগতে আজি আপুনি সজাগ নহ'লে সামান্য হীনমান্যতাত ভুগিব লগীয়া হোৱাৰ যোগ দেখা যায়।( Horoscope Today )

Horoscope Today


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত জ্ঞান আহৰণৰ সুযোগ লাভ কৰিব, পিতৃ মাতৃৰ বা জেষ্ঠ্য জনৰ পৰা মৰম- চেনেহ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে সামান্য খৰচ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, মনত ভক্তি ভাৱ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত নতুন নতুন সমস্যাৰ উদ্ভৱ হোৱাৰ যোগ দেখা যায়।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত উপাৰ্জন বাঢ়িব,  প্ৰেমত শুভ হ'ব, ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব, লগতে আজি আপোনাৰ উপাৰ্জন বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আমোদ- প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব, সন্মান বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মৰ দ্বাৰা আনৰ প্ৰিয়পাত্ৰ হ'ব পাৰিব।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ'ব পাৰিব, ছাত্ৰ- ছাত্ৰী সকলৰ ব্যস্ততা বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সৰু- সুৰা কথাই আপোনাৰ মনত সামান্য কষ্ট দিব পাৰে।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন ঘটিব পাৰে, যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনত কষ্ট পাৱলগীয়া হ'ব পাৰে লগতে আজি আপুনি খৰছ প্ৰতি নজৰ ৰাখাটো ভাল হ'ব।


( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205

 ( Horoscope Today )

No comments:

Post a Comment

Advertisement

Pages